অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

জবা

জবা হৈছে সপুষ্পক উদ্ভিদৰ মালভেছী পৰিয়ালৰ অন্তৰ্গত এটা গণৰ নাম। এই গণৰ কেইবাটাও প্ৰজাতিৰ গছ আছে। ইয়াৰ কেইবাটাও প্ৰজাটিৰ বাংলা নাম হৈছে ৰক্তজবা, জবা, ঝুমকা জবা, জবা কুসুম ইত্যাদি উল্লেখযোগ্য। হিন্দী ভাষাত ইয়াক গুড়হল বুলি কোৱা হয়। বৰ্তমান অনেক ধৰণৰ সংকৰ প্ৰজাতিৰ (হাইব্ৰীড) জবা ফুল পোৱা যায়।

হালনাগাদ: ১ অক্টোবৰ ২০২৫ ৬৪ শব্দ · ১ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

জবা হৈছে সপুষ্পক উদ্ভিদৰ মালভেছী পৰিয়ালৰ অন্তৰ্গত এটা গণৰ নাম। এই গণৰ কেইবাটাও প্ৰজাতিৰ গছ আছে। ইয়াৰ কেইবাটাও প্ৰজাটিৰ বঙালী ভাষা নাম হৈছে ৰক্তজবা, জবা, ঝুমকা জবা, জবা কুসুম ইত্যাদি উল্লেখযোগ্য। হিন্দী ভাষাত ইয়াক গুড়হল বুলি কোৱা হয়। বৰ্তমান অনেক ধৰণৰ সংকৰ প্ৰজাতিৰ (হাইব্ৰীড) জবা ফুল পোৱা যায়। জবখ বিভিন্ন ৰং আৰু আকৃতিৰ পোৱা যায়।

বহিঃসংযোগ

সম্পৰ্কিত শ্ৰেণী

ফুলঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জবা” প্ৰবন্ধৰ সংশোধন ৫৪০৮৮৬ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।