অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ছাহাৰ ফেট্ৰট

ছাহাৰ ফেট্ৰাট (Sahar Fetrat) এগৰাকী আফগান কৰ্মী, চিত্ৰনাট্যকাৰ আৰু তথ্যচিত্ৰ নিৰ্মাতা। আফগানিস্তানত জন্মগ্ৰহণ কৰা ছাহাৰে প্ৰথম তালিবান শাসনৰ সময়ত ইৰাণ আৰু পাকিস্তানত যুৱ শৰণাৰ্থী হিচাপে বাস কৰিছিল।

হালনাগাদ: ১৩ মাৰ্চ ২০২৫ ১১১ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ছাহাৰ ফেট্ৰাট (Sahar Fetrat) এগৰাকী আফগান কৰ্মী, চিত্ৰনাট্যকাৰ আৰু তথ্যচিত্ৰ নিৰ্মাতা।১ আফগানিস্তানত জন্মগ্ৰহণ কৰা ছাহাৰে প্ৰথম তালিবান শাসনৰ সময়ত ইৰাণ আৰু পাকিস্তানত যুৱ শৰণাৰ্থী হিচাপে বাস কৰিছিল।

জীৱনী

ছাহাৰৰ পৰিয়াল এবছৰ বয়সত নিৰ্বাসনলৈ যায় আৰু প্ৰথম তালিবান শাসনৰ সময়ত ইৰাণ আৰু পাকিস্তানৰ শৰণাৰ্থী শিবিৰত ডাঙৰ-দীঘল হয়।২

২০১৮ চনত আফগানিস্তানৰ আমেৰিকান বিশ্ববিদ্যালয়ৰ পৰা ব্যৱসায় অধ্যয়নত স্নাতক ডিগ্ৰী লাভ কৰে আৰু ২০২০ চনত বুডাপেষ্টৰ মধ্য ইউৰোপীয় বিশ্ববিদ্যালয়ৰ পৰা লিংগ অধ্যয়নত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৩

ছাহাৰ ফেট্ৰাটে আফগানিস্তানত ইউনেস্কো শিক্ষা সেৱাৰ বাবে কাম কৰিছিল আৰু সমগ্ৰ দেশতে মহিলা শিক্ষাৰ পোষকতা কৰিছিল আৰু আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থা হিউমেন ৰাইটছ ৱাচৰ মহিলা অধিকাৰ বিভাগৰ সহকাৰী গৱেষক আছিল।.৪৫

বঁটা

  • ২০২১ চনৰ বিবিচি ১০০ গৰাকী মহিলাৰ তালিকাত স্থান লাভ কৰে৷৬

তথ্যসূত্ৰ

  1. ↑ (2021-12-07). BBC 100 Women 2021: Who is on the list this year?. BBC News
  2. ↑ Development, PodBean. 28. Sahar Fetrat - On the plight of women and girls in Afghanistan · The Voices of War. www.thevoicesofwar.com
  3. ↑ Sahar Fetrat. Human Rights Watch
  4. ↑ War Studies student is one of BBCs most inspiring and influential women of 2021. www.kcl.ac.uk
  5. ↑ Afghan University Women Feared This Dark Day - Afghanistan · ReliefWeb. reliefweb.int
  6. ↑ (2021-12-09). CEU Alumna Sahar Fetrat Named to BBC ‘100 Women 2021’ List. Alumni Relations Office

সম্পৰ্কিত শ্ৰেণী

আফগান মহিলা সমাজকৰ্মীসমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাহাৰ ফেট্ৰট” প্ৰবন্ধৰ সংশোধন ৪৯১২০৪ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।