ৱাজিদ খান (Wajid Ali Khan) আৰু ছাজিদ খান (Sajid Ali Khan) হৈছে বলিউদৰ সফল সংগীত পৰিচালক। তেওঁলোকে যুটীয়াকৈ হিন্দী চিনেমাৰ সংগীত পৰিচালনা কৰিছিল। তেওঁলোকৰ যুটীটো ছাজিদ-ৱাজিদ নামেৰে জনপ্ৰিয়। তেওঁলোকৰ দেউতাক ওস্তাদ চাৰাফত আলি খান এগৰাকী বিখ্যাত তবলা বাদক। মাতৃ ৰজিয়া খান।১
১৯৯৯ চনত অভিনেতা চলমান খানৰ ঘৰুৱা প্ৰযোজনাৰ ছবি হেল্ল' ব্ৰাদাৰ মুক্তি পাইছিল। ছবিখন অসফল হ'ল যদিও ইয়াৰ হটা চাৱন কী ঘটা গীতটি জনপ্ৰিয় হৈ পৰাত ই ছাজিদ-ৱাজিদ যুটীৰ ছলমান খানৰ সৈতে দীঘলীয়া সম্পৰ্কৰ বাট মুকলি কৰে। ছলমানৰ তেৰে নাম (২০০৩), ৱাণ্টেড (২০০৯), এক থা টাইগাৰ (২০১২), জয় হৌ (২০১৪) আদি ব্লকবাষ্টাৰ চিনেমাৰ সংগীত পৰিচালনা কৰিছে ছাজিদ-ৱাজিদ ভাতৃদ্বয়ে।২এওঁলোকৰ মাজত ৱাজিদ খান এগৰাকী নিপুন গায়ক। তেওঁ ভীমসেন যোশীৰ কিৰানা ঘ'ৰানাৰ।৩ লকডাউনৰ সময়ছোৱাত ৱাজিদে গোৱা প্যাৰ কৰৌনা আৰু ভাই ভাই গীত দুটা ইউ টিউবত মুক্তি পাইছিল।২৪ ৱাজিদে আই পি এল ৪ৰ মূল গীতটিত কণ্ঠদান কৰিছে। এই যুটীয়ে কেইবাখনো চিনেমাৰ বাবে গীতো লিখিছে। ২০২০ চনৰ ৩১ মে' তাৰিখে ৪২ বছৰ বয়সত কিডনীৰ অসুখত ভুগি চিকিৎসাধীন হৈ থকা অৱস্থাত ৱাজিদ খানৰ ক'ৰ'ণা ভাইৰাছ ৰোগ সংক্ৰমণ হৈ মৃত্যু ঘটে।২৫৬৭
কৰ্মজীৱন
ৱাজিদ খানে ককায়েক ছাজিদৰ সৈতে ১৯৯৮ চনত চলমান খানৰ প্যাৰ কিয়া তৌ ডৰনা ক্যা চিনেমাৰ যোগেদি বলিউডত প্ৰৱেশ কৰে আৰু প্ৰায় ৫০ৰো অধিক চিনেমাত এই যুটীয়ে সংগীত পৰিচালক হিচাপে কাম কৰি খ্যাতি লাভ কৰে।২ তেওঁলোকে দূৰদৰ্শনৰ কেইবাটাও ৰিয়েলিটি শ্ব ত বিচাৰক ৰুপে অংশগ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত চা ৰে গা মা পা ২০১২, চা ৰে গা মা পা চিঙিং চুপাৰষ্টাৰ, বিগ বছ আদি উল্লেখযোগ্য। ছাজিদ-ৱাজিদে আই পি এল ৪-ৰ থীম চং ধুম ধুম ধুম ধাড়াকা কম্পজ কৰিছিল আৰু ৱাজিদে ইয়াত সুৰ দিছিল।২৪
গায়ক ৰূপে ৱাজিদৰ পৰিক্ৰমা
| বৰ্ষ | চিনেমা | গীত | সংগী |
|---|---|---|---|
| ২০১৮ | সত্যমেৱ জয়তে | তাজদা-এ-হাৰাম | |
| ২০১৬ | টুটক টুটক টুটিয়া | চাল মাৰ | |
| ২০১৫ | শিৱা | শিৱা শিৱা | |
| কিছ কিছ কৌ প্যাৰ কৰু | ডিজে বজেগা তৌ পপ্পু নাচেগা | ||
| ২০১৪ | দাৱত-এ-ইস্ক | ৰংৰেলী | |
| জয় হৌ | বাকী সৱ ফাৰ্ষ্ট ক্লাচ হ্যে | ||
| জয় জয় জয় জয় হৌ | |||
| ২০১৩ | বুলেট ৰাজা | চামনে হ্যে চৱেৰা | |
| বুলেট ৰাজা | |||
| চাটাকে থ'ক' | |||
| গ্ৰেণ্ড মস্তি | তু ভী মুড ম্যে | ||
| চচমে বড়ৌৰ | হৰ এক ফ্ৰেণ্ড কমীনা হৌতা হ্যে | ||
| ইস্ক মহল্লা | |||
| অন্ধা ঘৌড়া ৰেচ ম্যে দৌড়া | |||
| (Version 2) ধিচকিয়াও ডুম ডুম | |||
| ৰংগ্ৰেজ | গৌৱিন্দা আলা ৰে | ||
| ২০১২ | দবং টু | পাণ্ডে জী চিঁটি | মমতা শৰ্মা, শ্ৰেয়া ঘোষাল |
| ফেভিকল চে | মমতা শৰ্মা | ||
| ইস্ক ইন পেৰিছ | জানে ভী দে | ||
| তেৰি চুড়িয়া দা ক্ৰেজি ক্ৰেজি চাউণ্ড | |||
| এক থা টাইগাৰ | মাছাল্লাহ | শ্ৰেয়া ঘোষাল | |
| তেৰি মেৰী কাহানী | Mukhtasar | ||
| হমছে প্যাৰ কৰ লে তু | |||
| ৰাওডি ৰাথৌড় | চিন্তাটা টা চিটা চিটা | ||
| ধৰং ধং ধং | |||
| হাউচফুল ২ | ৰাইট নাও | ||
| ২০১১ | মিলে না মিলে হম | নজৰ চে নজৰ মিলে | |
| মাহি মাহি | |||
| ৱেক আপ নাও | |||
| চতুৰ সিং টু ষ্টাৰ | সিং সিং সিং | ||
| চাঁদনী চৌক চে | |||
| ২০১০ | দবং | হামকা পীনি হ্যে | |
| হুৰ হুৰ দবং | সুখৱিন্দৰ সিং | ||
| ৱীৰ | তালি | ||
| চেজ | গেট চেট গৌ | ||
| ন' প্ৰব্লেম | ন' প্ৰব্লেম | ||
| ২০০৯ | ম্যে অঔৰ মিচেচ খান্না | হেপেন্নিং আই এম হেপেন্নিং | |
| তুমনে চৌচা | |||
| ৱাণ্টেড | জলৱা | ||
| লভ মি | |||
| তচে প্যাৰ কৰত্যে হ্যে | |||
| কল কিছনে দেখা | তেৰে বিনা লগতা নহী মেৰা জিয়া | ||
| ধুন্দতে ৰেহ জাওগে | আই এম ফলিং ইন লভ | ||
| নাক' ৰে নাক' | |||
| অপনে কৌ পেছে চাহিয়ে | |||
| পেয়িং গেষ্টচ্ | পেয়িং গেষ্টচ্ | ||
| ২০০৮ | গড তুচ্ছি গ্ৰেট হৌ | তুজে অক্খা বীচ ঘুমা দু | |
| হেল্ল' | বেং বেং বেং | ||
| হেল্ল' | |||
| মিটৱা ৰে | |||
| পাৰ্টনাৰ | ডু ইউ ৱানা পাৰ্টনাৰ | ||
| চনি ডে নখৰে |
চাজিদ-ৱাজিদ যুটিৰ সংগীত পৰিচালনা
| বৰ্ষ | চিনেমা | গীত | সংগী |
|---|---|---|---|
| TBA | থ্ৰী দেৱ | সকলো গীত | মুক্তি পোৱা নাই |
| ২০১৯ | ফেমিলি অৱ ঠাকুৰগঞ্জ | সমূহ গীত | |
| দবং থ্ৰী | সমূহ গীত | ||
| পাগলপন্তি | টাইটেল ট্ৰেক আৰু বেকগ্ৰাউণ্ড স্কৰ | ||
| ২০১৮ | সত্যমেৱ জয়তে | ১টা গীত | |
| নানু কী জানু | ১টা গীত | ||
| ৱেলকম টু নিউয়ৰ্ক | ২টা গীত | ||
| ২০১৭ | জুড়ৱা | ১টা গীত | |
| ডেডি | সমূহ গীত | ||
| ২০১৬ | ফ্ৰিকি আলি | সমূহ গীত | |
| টুটক টুটক টুটিয়া | ২টা গীত | ||
| ক্যা কুল হ্যে হম | সমূহ গীত | ||
| ২০১৫ | সিং ইজ ব্লিং | ১টা গীত | |
| তেৱৰ | ৫টা গীত | ||
| ডলি কী দৌলি | সমূহ গীত | ||
| ২০১৪ | দাৱত-এ-ইস্ক | সমূহ গীত | |
| হিৰ'পন্তি | ৩টা গীত | ||
| ম্যে তেৰা হিৰ' | সমূহ গীত | ||
| জয় হৌ | সমূহ গীত | ||
| ২০১৩ | বুলেট ৰাজা | ৫টা গীত | |
| ইস্ক ইন পেৰিছ | সমূহ গীত | ||
| চচমে বড়ৌৰ | |||
| হিম্মতৱালা | ৪টা গীত | শচীন-জিগৰৰ সৈতে সমূহ গীত | |
| ৰংগ্ৰেজ | ১টা গীত | ||
| ২০১২ | দবং টু | সমূহ গীত | |
| চং অৱ চৰ্দাৰ | ১টা গীত- য়্যে জৌ হল্কি হল্কি খুমাৰিয়া | হিমেশ ৰেছমিয়াৰ সৈতে | |
| অজৱ গজৱ লভ | অজৱ গজৱ লভ গীতটিৰ বাহিৰে বাকী সকলো গীত | শচীন-জিগৰৰ সৈতে | |
| কামাল ধামাল মালামাল | সমূহ গীত | ||
| এক থা টাইগাৰ | ১টা গীত | ||
| তেৰি মেৰী কাহানী | সমূহ গীত | ||
| ৰাওডি ৰাথৌড় | |||
| হাউচফুল টু | |||
| তেজ | |||
| ২০১১ | মিলে না মিলে হম | ||
| চতুৰ সিং টু ষ্টাৰ | |||
| ২০১০ | ন' প্ৰব্লেম | ১টা গীত | প্ৰীতম আৰু আনন্দ ৰাজ আনন্দৰ সৈতে |
| দবং | সমূহ গীত | ললিত পণ্ডিতৰ সৈতে | |
| জানে কহা সে আয়া হ্যে | সমূহ গীত | ||
| ৱীৰ | |||
| ২০০৯ | ম্যে অঔৰ মিচেচ খান্না | ||
| ৱাণ্টেড | |||
| পেয়িং গেষ্ট | |||
| কল কিছনে দেখা | |||
| ধুন্দতে ৰেহ জাওগে | |||
| ২০০৮ | গড তুচ্ছি গ্ৰেট হৌ | ||
| হেল্ল' | |||
| জিন্দেগী তেৰে নাম | |||
| খল্লবল্লি | | |- | | হিৰ'জ| | | |মন্তি শৰ্মাৰ সৈতে সকলো গীত |- |rowspan="2"|২০০৭| | ৱেলকাম | |১ টি গীত | |আনন্দ ৰাজ আনন্দ, আদেশ শ্ৰীৱাস্তৱ, হিমেশ ৰেছমিয়াৰ সৈতে |- | | পাৰ্টনাৰ | |সমূহ গীত | | |- |rowspan="5"|২০০৬| | জানে হৌগা ক্যা | | | |নিখিল-বিনয়ৰ সৈতে |- | | চাদি কৰকে ফছ গ্যে য়াৰ | | ৩টা গীত- দিৱানে দিল কৌ জানে না, চাদি কৰকে ফছ গ্যে য়াৰ, কুছ ভী নহী থা| | ডব্বু মলিক আৰু পি সমীৰৰ সৈতে |- | | দ্যা কিলাৰ| | সমূহ গীত | | |- | | জৱানী দিৱানী | | সমূহ গীত | | |- | | চাৱন-দ্যা লভ চিজন| |২টা গীত- তু মিলা দে, দিল কৌ দিল কী ধড়কন কৌ| | আদেশ শ্ৰীৱাস্তৱৰ সৈতে |- | rowspan="2" |২০০৫ | | মাছুকা | | | | |- | ড্ৰীমচ্ | | | | |- |rowspan="2"|২০০৪ | | মুজছে চাদি কৰৌগে | |৭টা গীত- ৰৱ কৰে, মুজছে চাদি কৰৌগে, আজা চনিয়ে, লহু বনকে আচু, কৰ দু কামাল, লাল, দুপাট্টা, আজা চনিয়ে(ৰিমিক্স)| | অনু মলিকৰ সৈতে |- | | গৰ্ব | | ৫টা গীত- হম তুমকৌ নিগাহৌ ম্যে, ডম মস্ত মস্ত, চনিয়ে তু চনি, ফৰিয়াদ ক্যা কৰে হম, তেৰে হ্যে দিৱানা দিল| | অনু মলিকৰ সৈতে |- | rowspan="2"| ২০০৩| |তেৰে নাম | |২টা গীত- তুনে সাথ জৌ মেৰা চৌৰা, তুনে সাথ জৌ মেৰা চৌৰা(দুখৰ) | | হিমেশ ৰেছমিয়াৰ সৈতে |- | চোৰি চোৰি| | সমূহ গীত | | |- |rowspan="6"|২০০২| | গুনাহ | | | |আনন্দ ৰাজ আনন্দৰ সৈতে |- | | চৰাৰত | | সমূহ গীত| | |- | | হম তুম্হাৰে হ্যে চনম | | ১টা গীত- দিল তৌড় আয়া | | নিখিল-বিনয়, ডব্বু মলিক, বাপ্পি লাহিড়ি, বালি ব্ৰহ্মভট্ট আৰু নাদিম-শ্ৰাৱনৰ সৈতে |- | |ক্যা য়হী প্যাৰ হ্যে | | সমূহ গীত | | |- | | তুমকৌ না ভুল পায়েংগে| | ৫টা গীত -য়হ বেখুদি দিৱানগী, ঈদ মোবাৰক, ক্যিউ খনকে তেৰি চুড়ি, ম্যে তৌহ লড়কী কুঁৱাৰী, তেৰি চুড়ি(ক্লাব মিক্স)| | ডব্বু মলিকৰ সৈতে |- | | মা তুজে চালাম | |সমূহ গীত| | |- |rowspan="2"|২০০১| | য়হ জিন্দেগী কা চফৰ| | | |ডব্বু মলিকৰ সৈতে |- | | মিট্টি | | | | আলি গণি আৰু মন্তিৰ সৈতে |- |rowspan="2"|২০০০| |বাঘী | | | |দিলিপ সেন আৰু সমীৰ সেনৰ সৈতে সমূহ গীত |- | | খৌফ| |১টা গীত-ৰাজা কি কেইদ ম্যে| | অনু মলিকৰ সৈতে |- |১৯৯৯| |হেল্ল' ব্ৰাডাৰ| | ৪টা গীত- এড়িয়া কা হিৰ',হটা চাৱন কী ঘটা, চুপকে চে কই | | হিমেশ ৰেছমিয়াৰ সৈতে |- |১৯৯৮| | প্যাৰ কিয়া তৌ ডৰনা ক্যা | | ১টা গীত - তেৰি জৱানী'' | যতীন-ললিত আৰু হিমেশ ৰেছমিয়াৰ সৈতে |
সন্মান আৰু স্বীকৃতি
| বৰ্ষ | বঁটা | শিতান | বৰ্ণনা |
|---|---|---|---|
| ২০১০৮ | মিৰ্চি মিউজিক এৱাৰ্ড | বছৰটোৰ শ্ৰেষ্ঠ এলবাম | চিনেমা: দবং |
| ২০১০ | মিৰ্চি মিউজিক এৱাৰ্ড | বছৰটোৰ শ্ৰেষ্ঠ কম্পজাৰ | তেৰে মস্ত মস্ত দৌ নেইন |
| ২০১১ | ফিল্মফেয়াৰ বঁটা৯ | শ্ৰেষ্ঠ সংগীত পৰিচালক | চিনেমা: দবং |
| ২০১১ | জি চিনে এৱাৰ্ডচ্ | শ্ৰেষ্ঠ সংগীত পৰিচালক | চিনেমা: দবং |
| ২০১১ | গিল্ড এৱাৰ্ড | শ্ৰেষ্ঠ সংগীত পৰিচালক | চিনেমা: দবং |
| ২০১১ | জিমা এৱাৰ্ড | শ্ৰেষ্ঠ ছবি | চিনেমা: দবং |
| ২০১১ | ষ্টাৰ স্ক্ৰিন এৱাৰ্ড | শ্ৰেষ্ঠ সংগীত পৰিচালক | চিনেমা: দবং |
| ২০১১ | জিমা এৱাৰ্ড | শ্ৰেষ্ঠ সংগীত পৰিচালক | চিনেমা: দবং |
| ২০১১ | জি চিনে এৱাৰ্ডচ্ | বছৰটোৰ শ্ৰেষ্ঠ ট্ৰেক | মুন্নি বদনাম হুই |
| ২০১২ | বিগ ষ্টাৰ | সকলোতকৈ মনোৰঞ্জক সংগীত | চিনেমা: এক থা টাইগাৰ |
| ২০১৩ | গিল্ড এৱাৰ্ড | বছৰটোৰ শ্ৰেষ্ঠ ৰেডিঅ' গীত | গীত: ফেভিকল চে |
| ২০১৪ | লাইফ অকে নাও এৱাৰ্ড | শ্ৰেষ্ঠ এলবাম | চিনেমা: ম্যে তেৰা হিৰ' |
| ২০১৬ | প্ৰাইড অৱ ইণ্ডিয়া | মিউজিক | মিউজিক |
| ২০১৮ | জিঅ' ফিল্মফেয়াৰ এৱাৰ্ড | বেকগ্ৰাউণ্ড স্কৰ | ডেডী |
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (Jun 01, 2020, 04:37 PM IST). टूट गई जोड़ी / म्यूजिक कम्पोजर वाजिद की मौत के पीछे कोरोना, उनकी मां भी संक्रमित, दोनों एक ही अस्पताल में भर्ती थे. www.bhaskar.com
- ↑ (1 June 2020). Salman Khan’s Mascot, Composer Wajid Didn't Discard Melody At The Altar Of Digital-era Music. www.outlookindia.com
- ↑ (Jun 01, 2020, 04:37 PM IST). टूट गई जोड़ी / म्यूजिक कम्पोजर वाजिद की मौत के पीछे कोरोना, उनकी मां भी संक्रमित, दोनों एक ही अस्पताल में भर्ती थे. www.bhaskar.com
- ↑ (01 Jun 2020 07:53 PM (IST)). Wajid Khan Passes Away: सलमान ख़ान के क़रीबी मशहूर संगीत निर्देशक वाजिद ख़ान का निधन, सदमे में बॉलीवुड. www.jagran.com
- ↑ (31 May 2020). Bollywood music composer Wajid Khan passes away. The New Indian Express
- ↑ (31 May 2020). Music director Wajid Khan dies at 43. The August
- ↑ PTI. Composer Sajid confirms brother Wajid tested positive for Covid-19. Khaleej Times
- ↑ Winners - Mirchi Music Award Hindi 2010
- ↑ Hungama, Bollywood. (29 January 2011). “We haven’t won any Filmfare Award so far” – Sajid – Wajid
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাজিদ-ৱাজিদ” প্ৰবন্ধৰ সংশোধন ৪০৩৭৯০ (২৮ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।