অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছত্তীছগঢ়ৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা

২০০০ চনৰ ১ নৱেম্বৰত ভাৰতৰ ছত্তীছগঢ় ৰাজ্যৰ গঠনৰে পৰা বৰ্তমানলৈ কাৰ্যৰত মুখ্যমন্ত্ৰীসকলৰ কাৰ্যকালৰ আৰম্ভণি, কাৰ্যকাল সমাপ্তি, দলভিত্তিত তথ্য এই তালিকাত দিয়া হৈছে।

হালনাগাদ: ৩ জুন ২০২০ ২৬ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

২০০০ চনৰ ১ নৱেম্বৰত ভাৰতৰ ছত্তীসগঢ় ৰাজ্যৰ গঠনৰে পৰা বৰ্তমানলৈ কাৰ্যৰত মুখ্যমন্ত্ৰীসকলৰ কাৰ্যকালৰ আৰম্ভণি, কাৰ্যকাল সমাপ্তি, দলভিত্তিত তথ্য এই তালিকাত দিয়া হৈছে।

মুখ্যমন্ত্ৰীসকল

ৰাজনৈতিক দলসমূহৰ ৰঙৰ সংকেত
+
নং.নামকাৰ্যকালদলবিধানসভাৰাজ্যপাল
১অজিত জোগি মহাসমুন্দ সমষ্টিৰ বিধায়ক৯ নৱেম্বৰ ২০০০৬ ডিচেম্বৰ ২০০৩দিনভাৰতীয় জাতীয় কংগ্ৰেছপ্ৰথম (২০০০-২০০৩)দিনেশ নন্দন সাহায়
২ৰমণ সিং ৰাজনন্দগাঁও সমষ্টিৰ বিধায়ক৭ ডিচেম্বৰ ২০০৩৭ ডিচেম্বৰ ২০০৮দিনভাৰতীয় জনতা পাৰ্টীদ্বিতীয় (২০০৩-২০০৮)কৃষ্ণ মোহন শেঠ
৮ ডিচেম্বৰ ২০০৮৮ ডিচেম্বৰ ২০১৩তৃতীয় (২০০৮–২০১৩)ই এচ এল নৰসিংহ
৯ ডিচেম্বৰ ২০১৩১৬ ডিচেম্বৰ ২০১৮চতুৰ্থ (২০১৩-২০১৮)শেখৰ দত্ত
৩ভূপেশ বাঘেল১ পাটন সমষ্টিৰ বিধায়ক১৭ ডিচেম্বৰ ২০১৮বৰ্তমানদিনভাৰতীয় জাতীয় কংগ্ৰেছপঞ্চম (২০১৮–২০২৩)আনন্দীবেন পেটেল

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Staff, Scroll. Chhattisgarh: Bhupesh Baghel sworn in as chief minister, waives loans of over 16 lakh farmers

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছত্তীছগঢ়ৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা” প্ৰবন্ধৰ সংশোধন ২৩৪৮৮২ (৩ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।