অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

চীনা নৱবৰ্ষ

চীনা নৱবৰ্ষ, হৈছে আধুনিক চীনত বসন্ত উৎসৱ, বা চমুকৈ চান্দ্ৰ নৱবৰ্ষ বুলি জনাজাত আৰু বহুলভাবে উদযাপিত পৰম্পৰাগত চান্দ্ৰ-সৌৰ চীনা বৰ্ষপঞ্জীৰ এটি অতি গুৰুত্বপূৰ্ণ উৎসৱ। পৰম্পৰাগত ভাৱে প্ৰথমদিনাৰ সন্ধিয়াৰ লেম্প জ্বলোৱা উৎসৱৰ পৰা আৰম্ভ কৰি প্ৰথম মাহৰ ১৫ তাৰিখলৈকে এই উৎসৱ পালন কৰা হয়।

হালনাগাদ: ১৮ ছেপ্তেম্বৰ ২০২০ ৬০ শব্দ · ১ মিনিট সংগৃহীত ৫৭
সংশোধনৰ পৰামৰ্শ

চীনা নৱবৰ্ষ, হৈছে আধুনিক চীনত বসন্ত উৎসৱ, বা চমুকৈ চান্দ্ৰ নৱবৰ্ষ বুলি জনাজাত আৰু বহুলভাবে উদযাপিত পৰম্পৰাগত চান্দ্ৰ-সৌৰ চীনা বৰ্ষপঞ্জীৰ এটি অতি গুৰুত্বপূৰ্ণ উৎসৱ। পৰম্পৰাগত ভাৱে প্ৰথমদিনাৰ সন্ধিয়াৰ লেম্প জ্বলোৱা উৎসৱৰ পৰা আৰম্ভ কৰি প্ৰথম মাহৰ ১৫ তাৰিখলৈকে এই উৎসৱ পালন কৰা হয়। নতুন বছৰৰ প্ৰথম তাৰিখ ২১ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীৰ ভিতৰৰ প্ৰথম চন্দ্ৰ ওলোৱাৰ দিনৰ পৰা ধৰা হয়।

সম্পৰ্কিত শ্ৰেণী

উৎসৱবৰ্ষপঞ্জী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চীনা নৱবৰ্ষ” প্ৰবন্ধৰ সংশোধন ২৪৬২৬৮ (১৮ ছেপ্তেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।