অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

চিলাৰায় জাতীয় বিদ্যালয়, মূলাগাঁও

চিলাৰায় জাতীয় বিদ্যালয়, মূলাগাঁও বঙাইগাঁও জিলাত অৱস্থিত এখন বেচৰকাৰী বিদ্যালয়, যি অসম জাতীয় বিদ্যালয়ৰ আধিনত পৰিচালিত হয়। এইখন বিদ্যালয়ত দশম শ্ৰেণীলৈকে পাঠদান কৰা হয়। ২০০৯ চনত প্ৰতিষ্ঠা হোৱা এইখন বিদ্যালয়ত ১৯ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰায় ৩০০ জন ছাত্ৰ-ছাত্ৰী আছে।

হালনাগাদ: ২৪ আগষ্ট ২০২৬ ১৪৯ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

চিলাৰায় জাতীয় বিদ্যালয়, মূলাগাঁও বঙাইগাঁও জিলাত অৱস্থিত এখন বেচৰকাৰী বিদ্যালয়, যি অসম জাতীয় বিদ্যালয়ৰ আধিনত পৰিচালিত হয়। এইখন বিদ্যালয়ত দশম শ্ৰেণীলৈকে পাঠদান কৰা হয়।১২৩ ২০০৯ চনত প্ৰতিষ্ঠা হোৱা এইখন বিদ্যালয়ত ১৯ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰায় ৩০০ জন ছাত্ৰ-ছাত্ৰী আছে।৩১

ইতিহাস

মূলাগাঁও অঞ্চলৰ কিছুমান শিক্ষানুৰাগী ব্যক্তিৰ প্ৰচেষ্টাত ২০০৯ চনত চিলাৰায় জাতীয় বিদ্যালয়, মূলাগাঁও স্থাপন কৰা হৈছিল।৩ বিদ্যালয়খন গ্ৰাম্য অঞ্চলত অৱস্থিত এখন সহ-শৈক্ষিক বিদ্যালয়। ই বঙাইগাঁও বিধান সভা সমষ্টিত অৱস্থিত।৩

শিক্ষক-শিক্ষয়িত্ৰী

প্ৰতিষ্ঠানটোত প্ৰায় তিনিশ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে, য'ত ১৯ জন শিক্ষক-শিক্ষয়িত্ৰীয়ে পাঠদান, যাৰ ফলত প্ৰতিজন শিক্ষকৰ বাবে ছাত্ৰ-শিক্ষকৰ অনুপাত ১৫ জন। শিক্ষকসকলৰ সকলোকে নিয়মীয়াকৈ নিযুক্তি দিয়া হয়। সাতগৰাকী শিক্ষক পুৰুষ আৰু বাকী বাৰগৰাকী মহিলা। শৈক্ষিক অৰ্হতাৰ ক্ষেত্ৰত পাঁচজন শিক্ষক স্নাতক তলৰ আৰু বাকী চৈধ্যজন স্নাতক।৩

সা-সুবিধা

বিদ্যালয়খনত মুঠতে চৈধ্যটা শ্ৰেণীকোঠা আৰু আন তিনিটা কোঠা আছে। বিদ্যালয়খনত এটা লেপটপ, এটা ডেস্কটপ, এটা স্কেনাৰ আৰু এটা প্ৰিণ্টাৰ আছে। ছাত্ৰ-ছাত্ৰীৰ বাবে তিনিটা ল’ৰাৰ শৌচাগাৰ আৰু তিনিটা ছোৱালীৰ শৌচাগাৰ আছে। বিদ্যালয়খনত হাত ধোৱা আৰু খোৱাপানীৰ সু-ব্যৱস্থা আছে।৩

তথ্যসূত্ৰ

  1. ↑ CHILARAI JATIYA BIDYALAYA, MULAGAON – Stack Schools. StackSchools. Stack Schools
  2. ↑ CHILARAI JATIYA VIDYALAYA, MULAGAON – Fee Regulatory Assam. Fee Regulatory Assam. Government of Assam, Department of Education
  3. ↑ Chilarai Jatiya Bidyalaya, Mulagaon – Wowsome. Wowsome. Wowsome.com

সম্পৰ্কিত শ্ৰেণী

বঙাইগাঁও জিলাঅসমৰ শৈক্ষিক প্ৰতিষ্ঠান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিলাৰায় জাতীয় বিদ্যালয়, মূলাগাঁও” প্ৰবন্ধৰ সংশোধন ৬৩০১৩৭ (২৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।