অসম জাতীয় বিদ্যালয়, নুনমাটী (Assam Jatiya Bidyalaya) এখন ব্যক্তিগত খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয়। কামৰূপ জিলাৰ নুনমাটী অঞ্চলত থকা এইখন এখন উচ্চ শিক্ষা প্ৰতিষ্ঠান। এই বিদ্যালয়খন ১৯৯৪ চনৰ ১ জানুৱাৰী তাৰিখে ‘অসম জাতীয় বিদ্যালয় শিক্ষা আৰু আৰ্থ সামাজিক ন্যাস’ৰ দ্বাৰা স্থাপন কৰা হয়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম জাতীয় বিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৪২২০৭৪ (২ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।