চনু মুৰ্মু (ইংৰাজী: Sonu Murmu) এজন নেপালৰ ৰাজনীতিবিদ। তেওঁ জনমত পাৰ্টিৰ এগৰাকী সক্ৰিয় সদস্য। তেওঁ বৰ্তমান নেপালৰ দ্বিতীয় ফেডাৰেল সংসদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০২২ চনৰ নেপালৰ সাধাৰণ নিৰ্বাচনত তেওঁ খিলঞ্জীয়া শ্ৰেণীৰ পৰা আনুপাতিক প্ৰতিনিধি হিচাপে নিৰ্বাচিত হয়।১২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চনু মুৰ্মু” প্ৰবন্ধৰ সংশোধন ৫২২৪৬০ (৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।