অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

গো, ডগ। গো! (ধাৰাবাহিক)

গো, ডগ। গো! (Go, Dog. Go!) হ'ল আমেৰিকান টেলিভিশন এনিমেটেড কাৰ্টুন চিৰিজ। এইটো ২৬ জানুৱাৰী ২০২১ পৰা আৰম্ভ হয়, যাৰ প্ৰথম পৰ্ব আছিল "ওয়েলকম টো পাওষ্টন"। এই কাৰ্টুনৰ প্ৰধান দুটা চৰিত্ৰ হ'ল টেগ বাৰ্কাৰ আৰু স্কুচ পুচ।

হালনাগাদ: ১০ ডিচেম্বৰ ২০২১ ১১৫ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

গো, ডগ। গো! (Go, Dog. Go!) হ'ল আমেৰিকান টেলিভিশন এনিমেটেড কাৰ্টুন চিৰিজ।১ এইটো ২৬ জানুৱাৰী ২০২১ পৰা আৰম্ভ হয়,২ যাৰ প্ৰথম পৰ্ব আছিল "ওয়েলকম টো পাওষ্টন"। এই কাৰ্টুনৰ প্ৰধান দুটা চৰিত্ৰ হ'ল টেগ বাৰ্কাৰ আৰু স্কুচ পুচ।

অভিনয়ত

  • মিচেলা লুচি - টেগ বাৰ্কাৰ
  • কালাম শোনিকাৰ - স্কুচ পুচ
  • কেটি গ্ৰিফিন - মা বাৰ্কাৰ
  • মাৰ্টিন ৰোচ - পাও বাৰ্কাৰ
  • তাজজা ইচেন - চেডাৰ বিস্কুট
  • লিয়ন স্মিথ - স্পাইক বাৰ্কাৰ / গিলবাৰ বাৰ্কাৰ
  • লিণ্ডা বালানটাইন - লেডী লিডিয়া
  • যিহোচুৱা গ্ৰাহাম - চেম হুইপেট
  • জৰিনা ৰোচা - কিট হুইচাৰটন
  • দেৱেন মেক - ফেচাৰ
  • ডেভিদ বেৰ্ণি - ফ্ৰেংক
  • আনন্দ ৰাজাৰাম - বীন
  • জেৰাৰ্ড মেককাৰ্থি - লিও
  • জুলি লেমিউক্স - হেটি
  • পল বাকলি, ৰেনো চেলমচাৰ আৰু জো ডি'এণ্ড্ৰিয়া - দ্য বৰকাপেল্লা

তথ্যসূত্ৰ

  1. ↑ NETFLIX TO LAUNCH DIVERSE SLATE OF ORIGINAL PRESCHOOL SERIES FROM AWARD-WINNING KIDS PROGRAMMING CREATORS. Netflix Media Center
  2. ↑ Milligan, Mercedes. (January 6, 2021). Trailer: DreamWorks' 'Go, Dog, Go!' Speeds to Netflix Jan. 26. Animation Magazine

সম্পৰ্কিত শ্ৰেণী

ইংৰাজী ভাষাৰ দূৰদৰ্শন ধাৰাবাহিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গো, ডগ। গো! (ধাৰাবাহিক)” প্ৰবন্ধৰ সংশোধন ৩০৮৯৪৪ (১০ ডিচেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।