ইংৰাজী ভাষাৰ দূৰদৰ্শন ধাৰাবাহিক
১১ প্ৰবন্ধ
-
গেম অফ থ্ৰোনছ
গেম অফ থ্ৰোনছ (Game of Thrones) হৈছে এইচবিঅ'ৰ বাবে ডেভিদ বেনিঅ'ফ আৰু ডেনিয়েল ব্ৰেট ৱেইছৰদ্বাৰা সৃষ্ট এখন ইংৰাজী ভাষাৰ আমেৰিকান ফেণ্টাচী ড্ৰামা টেলিভিছন শৃংখলা। ই জৰ্জ আৰ. আৰ. মাৰ্টিনৰ এক কাল্পনিক উপন্যাস শৃংখলা এ ছং অফ আইচ এণ্ড ফায়াৰৰ এক টেলিভিছন অভিযোজন।
-
দ্য বিগ বেং থিয়ৰি
বিগ বেং থিয়ৰী (The Big Bang Theory) হৈছে ছাক লৰে আৰু বিল প্ৰাডিয়ে নিৰ্মাণ কৰা এখন আমেৰিকান টেলিভিছন চিটকম। দুয়োগৰাকী ষ্টিভেন মোলাৰোৰ সৈতে ধাৰাবাহিকখনৰ কাৰ্যবাহী প্ৰযোজক আৰু মুখ্য লেখক হিচাপে কাম কৰিছিল।
-
তাৰক মেহতা কা উলতা চশমাহ
তাৰক মেহতা কা উলতা চাচমাহ (অনুবাদ "তাৰক মেহতাৰ ওলোটা চশমা"), প্ৰায়ে টিএমকেঅ'চি বুলি সংক্ষিপ্ত ৰূপত, চিত্ৰলেখা আলোচনীৰ বাবে তাৰক মেহতাৰ সাপ্তাহিক স্তম্ভ দুনিয়া নে উন্ধা চাছমাৰ আধাৰত নিৰ্মিত ভাৰতীয় চিটকম আৰু কমেডী।
-
হাউ আই মে'ট ইয়'ৰ মাদাৰ
হাউ আই মে'ট ইয়'ৰ মাদাৰ (How I Met Your Mother; মই তোমালোকৰ মাক কেনেকৈ লগ পালোঁ) হৈছে এখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইংৰাজী ভাষাৰ চিটুৱেচন কমেডি ধাৰাবাহিক। ই পোন প্ৰথমৰ বাবে প্ৰচাৰিত হৈছিল ২০০৫ চনৰ ১৯ চেপ্টেম্বৰত চিবিএছ ছেনেলত। নটা শৃংখলাৰ (ছিজন) ধাৰাবাহিকখন ২০১৪ চনৰ ৩১ মাৰ্চত সমাপ্ত হয়।
-
কম্পিউটাৰ ক্ৰনিকল্চ
কম্পিউটাৰ ক্ৰনিকল্চ হ'ল এলানী আধা-ঘণ্টীয়া আমেৰিকাৰ দূৰদৰ্শন অনুষ্ঠান, যি ১৯৮৩ৰ পৰা ২০০২লৈ সম্প্ৰচাৰিত হৈছিল, 'পাব্লিক্ ব্ৰডকাষ্টিং চাৰ্ভিচ ৰাজহুৱা দূৰদৰ্শনত,ই ব্যক্তিগত গণক যন্ত্ৰৰ উত্থানক আৰম্ভণিৰ পৰা ২১শতিকাৰ আৰম্ভণিত বিশাল বজাৰলৈকে দাঙি ধৰি প্ৰদৰ্শন কৰিছিল।
-
গো, ডগ। গো! (ধাৰাবাহিক)
গো, ডগ। গো! (Go, Dog. Go!) হ'ল আমেৰিকান টেলিভিশন এনিমেটেড কাৰ্টুন চিৰিজ। এইটো ২৬ জানুৱাৰী ২০২১ পৰা আৰম্ভ হয়, যাৰ প্ৰথম পৰ্ব আছিল "ওয়েলকম টো পাওষ্টন"। এই কাৰ্টুনৰ প্ৰধান দুটা চৰিত্ৰ হ'ল টেগ বাৰ্কাৰ আৰু স্কুচ পুচ।
-
গ্লী
গ্লী (Glee) হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন সংগীতময় কমেডি ড্ৰামা ধাৰাবাহিক। ধাৰাবাহিকখন আমেৰিকা, কানাডা, আৰু ভাৰতত ক্ৰমে ফক্স টেলিভিজন, গ্লোবেল টিভি, আৰু ষ্টাৰ ৱৰ্ল্ড যোগে সম্প্ৰচাৰ হয়।
-
টু ব্ৰোক গাৰ্লচ্
টু ব্ৰোক গাৰ্লচ্ (ইংৰাজী:2 Broke Girls) হৈছে এখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইংৰাজী ভাষাৰ চিটুৱেচন কমেডি ধাৰাবাহিক।
-
টেৰা নোভা
টেৰা নোভা (ইংৰাজী:Tera Nova) হৈছে এখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইংৰাজী ভাষাৰ কল্পবিজ্ঞান ধৰ্মী ধাৰাবাহিক।
-
দ্য ডাল্টনচ (২০১০ টিভি শৃংখলা)
ডাল্টনছ (ফৰাচী ভাষাত লেছ ডাল্টন নামেৰে জনাজাত) হৈছে শিল্পী মৰিছ আৰু লেখক ৰেনে গছচিনিৰ কামৰ ওপৰত আধাৰিত এখন ফৰাচী কমেডি এনিমেটেড টেলিভিছন শৃংখলা কিয়নো ই কমিক কিতাপ শৃংখলা লাকী লুকৰ চাৰিজন মুখ্য খলনায়কৰ ওপৰত গুৰুত্ব দিয়ে যিয়ে প্ৰতিবাৰেই লাকী লুকে তেওঁলোকক বন্দী কৰি ৰখা কাৰাগাৰৰ পৰা পলাই যাবলৈ…
-
নিউ গাৰ্ল
নিউ গাৰ্ল (ইংৰাজী:New Girl; অসমীয়া:নতুন ছোৱালী) হৈছে এখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইংৰাজী ভাষাৰ চিটুৱেচন কমেডি ধাৰাবাহিক।