অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

গণিতজ্ঞ

এগৰাকী গণিতজ্ঞ (mathematician) এনেকুৱা এজন ব্যক্তি যাৰ গণিতৰ বিশাল জ্ঞান আছে, আৰু এই জ্ঞান তেওঁ নিজৰ কৰ্মৰ বাবে ব্যৱহাৰ কৰে, সাধাৰণতে গাণিতীক সমস্যাৰ সমাধানৰ বাবে। গণিতজ্ঞ সকলৰ কৰ্ম ক্ষেত্ৰ হৈছে, সংখ্যা, ডেটা (data), পৰিমাণ, গাণিতিক গাঁঠনি, স্থান, গাণিতিক আৰ্হি আৰু পৰিৱৰ্তন।.

হালনাগাদ: ৩১ জানুৱাৰী ২০২৫ ৪১ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

এগৰাকী গণিতজ্ঞ (mathematician) এনেকুৱা এজন ব্যক্তি যাৰ গণিতৰ বিশাল জ্ঞান আছে,১ আৰু এই জ্ঞান তেওঁ নিজৰ কৰ্মৰ বাবে ব্যৱহাৰ কৰে, সাধাৰণতে গাণিতীক সমস্যাৰ সমাধানৰ বাবে। গণিতজ্ঞ সকলৰ কৰ্ম ক্ষেত্ৰ হৈছে, সংখ্যা, ডেটা (data), পৰিমাণ, গাণিতিক গাঁঠনি, স্থান, গাণিতিক আৰ্হি আৰু পৰিৱৰ্তন।.

তথ্যসূত্ৰ

  1. ↑ dictionary.cambridge.org/dictionary/english/math

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গণিতজ্ঞ” প্ৰবন্ধৰ সংশোধন ৪৬৭৩৩৩ (৩১ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।