অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গিয়াচুদ্দিন

গিয়াচুদ্দিন(১৬-১৭ শতিকা)ৰ তেওঁ ইছলাম ধৰ্মাৱলম্বীৰ লোক আছিল। পিতৃ আছিল আবুবকৰ। ১৬১৪ চনত ঢাকাৰ নবাবে হাজোৰ শাসনকৰ্তা পৰীক্ষিত নাৰায়ণক দমন কৰাৰ উদ্দেশ্যে সৈন্যদল পঠিয়াইছিল। সেই সৈন্যদলৰ অন্যতম সেনাপতি আছিল আবুবকৰ। গিয়াচুদ্দিনো আবুবকৰৰ লগতেই অসমলৈ আহিছিল।

হালনাগাদ: ২২ অক্টোবৰ ২০২৪ ৬৩ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

গিয়াচুদ্দিন(১৬-১৭ শতিকা)ৰ তেওঁ ইছলাম ধৰ্মাৱলম্বীৰ লোক আছিল। পিতৃ আছিল আবুবকৰ। ১৬১৪ চনত ঢাকাৰ নবাবে হাজোৰ শাসনকৰ্তা পৰীক্ষিত নাৰায়ণক দমন কৰাৰ উদ্দেশ্যে সৈন্যদল পঠিয়াইছিল। সেই সৈন্যদলৰ অন্যতম সেনাপতি আছিল আবুবকৰ। গিয়াচুদ্দিনো আবুবকৰৰ লগতেই অসমলৈ আহিছিল। পৰীক্ষিতৰ লগত হোৱা যুদ্ধত হাজোত গিয়াচুদ্দিনৰ মৃত্যু ঘটিছিল। গিয়াচুদ্দিন এজন পণ্ডিত লোক আছিল। তেওঁৰ মৃত্যুস্থান হাজোত থকা তেওঁৰ সমাধিস্থলীয়ে পিছলৈ পোৱামক্কা নাম লৈ এক তীৰ্থস্থান হিচাপে প্ৰসিদ্ধি লাভ কৰে১।

তথ্যসূত্ৰ

  1. ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৭১

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গিয়াচুদ্দিন” প্ৰবন্ধৰ সংশোধন ৪৪০১৭২ (২২ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।