অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গায়ত্ৰী গোপীচান্দ

গায়ত্ৰী গোপিচান্দ (জন্ম ৪ মাৰ্চ ২০০৩) এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। ২০১৮ চনৰ এছিয়ান গেমছত ভাৰতক বেডমিণ্টনত প্ৰতিনিধিত্ব কৰাৰ বাবে‍ তেওঁ নিৰ্বাচিত হৈছিল। প্ৰাক্তন বেডমিণ্টন খেলুৱৈ পিভি ভি লক্ষ্মী আৰু পুলেলা গোপিচান্দৰ কন্যা গায়ত্ৰী গোপিচান্দ।

হালনাগাদ: ২৭ অক্টোবৰ ২০২৪ ৭৩ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

গায়ত্ৰী গোপিচান্দ (জন্ম ৪ মাৰ্চ ২০০৩) এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। ২০১৮ চনৰ এছিয়ান গেমছত ভাৰতক বেডমিণ্টনত প্ৰতিনিধিত্ব কৰাৰ বাবে‍ তেওঁ নিৰ্বাচিত হৈছিল। প্ৰাক্তন বেডমিণ্টন খেলুৱৈ পিভি ভি লক্ষ্মী আৰু পুলেলা গোপিচান্দৰ কন্যা গায়ত্ৰী গোপিচান্দ। ১ ২ ৩ গায়ত্ৰী ২০১৯ চনৰ দক্ষিণ এছিয়ান গেমছত জাতীয় দলটোক প্ৰতিনিধিত্ব কৰা মহিলা দলৰ সোণৰ পদক বিজয়ী প্ৰতিনিধি আছিল, আৰু একক শাখাত ৰূপৰ পদক লাভ কৰিছিল। ৪

কৃতিত্ব

২০২২ চনৰ কমনৱেলথ গেমছ

গায়ত্ৰীয়ে ২০২২ চনৰ কমনৱেলথ গেমছত মহিলা ডাবলছ শাখাত তৃষা জলীৰ সৈতে ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ (28 June 2018). Pullela Gopichand's daughter Gayatri included in badminton squad for Asian Games. New Indian Express
  2. ↑ (1 February 2018). Gayatri Gopichand showing signs of a champion. Rayan Rozario. The Hindu
  3. ↑ (29 June 2018). Badminton in her blood. Deccan Chronicle
  4. ↑ (6 December 2019). SAG 2019: Siril, Ashmita lead India to 6 badminton golds. www.outlookindia.com

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গায়ত্ৰী গোপীচান্দ” প্ৰবন্ধৰ সংশোধন ৪৪১১৫৪ (২৭ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।