অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গায়ত্ৰীবালা পাণ্ডা

গায়ত্ৰীবালা পাণ্ডা (Gayatribala Panda; জন্ম: ১৭ এপ্ৰিল ১৯৭৭) ভাৰতৰ ওড়িশা ৰাজ্যৰ ভুৱনেশ্বৰৰ এগৰাকী ভাৰতীয় কবি, কল্পকাহিনী লেখক আৰু সাংবাদিক।

হালনাগাদ: ২২ মাৰ্চ ২০২৬ ১২৪ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

গায়ত্ৰীবালা পাণ্ডা (Gayatribala Panda; জন্ম: ১৭ এপ্ৰিল ১৯৭৭) ভাৰতৰ ওড়িশা ৰাজ্যৰ ভুৱনেশ্বৰৰ এগৰাকী ভাৰতীয় কবি, কল্পকাহিনী লেখক আৰু সাংবাদিক।১২

জীৱন

আঠ বছৰ বয়সৰ পৰাই তেওঁ কবিতা ৰচনা আৰম্ভ কৰিছিল আৰু ১২ বছৰ বয়সত প্ৰথম কবিতা প্ৰকাশ কৰি উলিয়ায়। উৎকল বিশ্ববিদ্যালয়ৰ পৰা পুথিভঁৰাল আৰু তথ্য বিজ্ঞান অধ্যয়ন কৰি সৰ্বশ্ৰেষ্ঠ হিচাপে আত্মপ্ৰকাশ কৰে। পিছলৈ তেওঁ ঢেংকেনালৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছ কমিউনিকেচনৰ পৰা সাংবাদিকতা অধ্যয়ন কৰে।৩

ওডিয়া সাহিত্য আলোচনী আন্যাৰ তেওঁ সম্পাদিক। ২০১১ চনত কেন্দ্ৰীয় সাহিত্য অকাডেমী যুৱ-পুৰস্কাৰৰ বিজয়ী।৪ ২০১৫ চনত ৰাষ্ট্ৰপতি ভৱনত বিক্ৰম সম্পথৰ সৈতে 'ৰাইটাৰ্ছ ইন-ৰেচিডেন্স' কাৰ্যসূচীৰ বাবে নিৰ্বাচিত হয়।৪ ২০২১ চনত টাইমছ পাৱাৰ উইমেনৰ বাবে নিৰ্বাচিত হয়। ২০২২ চনত তেওঁৰ কবিতা দয়ানাদীৰ বাবে ওডিয়াৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।৫

স্বীকৃতি

২০০০ চনত তেওঁ তেওঁৰ কবিতাৰ বাবে ওড়িশা ৰাজ্যৰ যুৱ বঁটা লাভ কৰে।৬ ২০১১ চনত পাণ্ডাই “গান’’ নামৰ কবিতা সংকলনৰ বাবে কবিতাৰ ধাৰাত সাহিত্য অকাডেমীৰ সাহিত্যিক সন্মান লাভ কৰে।১ ২০২১ চনত টাইমছ পাৱাৰ উইমেনৰ বাবে নিৰ্বাচিত হয়।

তথ্যসূত্ৰ

  1. ↑ Chakra, Shyamhari. (2012-09-14). A woman of words. The Hindu
  2. ↑ Literary fest to honour authors - Gayatribala Panda to receive Yuva Puraskar. www.telegraphindia.com
  3. ↑ Her pen tells the untold stories. www.telegraphindia.com
  4. ↑ Singha, Minati. (February 8, 2015). Panda chosen for workshop at Rashtrapati Bhavan. The Times of India
  5. ↑ (22 December 2022). Sahitya Akademi Award 2022. Sahitya Akademi
  6. ↑ (2015-03-06). Vikram Sampath, Gayatribala Panda selected for Writers in Residence Programme at Rashtrapati Bhavan · NetIndian. netindian.in

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মহিলা কবিওড়িয়া কবিসাহিত্য অকাডেমি যুৱ পুৰস্কাৰ বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গায়ত্ৰীবালা পাণ্ডা” প্ৰবন্ধৰ সংশোধন ৫৯১৯৫৩ (২২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।