অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

গন্ধবণিক

গন্ধবণিক (Gandhabanik) হৈছে এক প্ৰাচীন বাঙালী হিন্দু ব্যৱসায়ী জাতি। তেওঁলোক পৰম্পৰাগতভাৱে সুগন্ধি, প্ৰসাধন সামগ্ৰী, মছলা আদিৰ ব্যৱসায়ৰ লগত জড়িত। তেওঁলোক অতীতকালত কৃষিকাৰ্যৰ লগতো জড়িত হৈ আছিল। ঊনবিংশ শতিকাৰ লোকপিয়ল অনুসৰি, তেওঁলোক বঙ্গীয় নবশাখ গোষ্ঠীৰ অন্তৰ্গত চৈধ্যটা জাতিৰ ভিতৰত অন্যতম আছিল।

হালনাগাদ: ২১ জুলাই ২০২৬ ৬৪ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

গন্ধবণিক (Gandhabanik) হৈছে এক প্ৰাচীন বাঙালী হিন্দু ব্যৱসায়ী জাতি। তেওঁলোক পৰম্পৰাগতভাৱে সুগন্ধি, প্ৰসাধন সামগ্ৰী, মছলা আদিৰ ব্যৱসায়ৰ লগত জড়িত।১২ তেওঁলোক অতীতকালত কৃষিকাৰ্যৰ লগতো জড়িত হৈ আছিল।৩ ঊনবিংশ শতিকাৰ লোকপিয়ল অনুসৰি, তেওঁলোক বঙ্গীয় নবশাখ গোষ্ঠীৰ অন্তৰ্গত চৈধ্যটা জাতিৰ ভিতৰত অন্যতম আছিল।৪

প্ৰাচীন চম্পকনগৰৰ কিংবদন্তিমূলক সমুদ্ৰ বণিক চান্দ সদাগৰ গন্ধবণিক সম্প্ৰদায়ৰ আছিল বুলি বিশ্বাস কৰা হয়।৫৬

গন্ধবণিক গেলামালৰ দোকানী, ১৭৯৯ চনৰ এট‌্চিং সংগ্ৰহৰ পৰা
গন্ধবণিক গেলামালৰ দোকানী, ১৭৯৯ চনৰ এট‌্চিং সংগ্ৰহৰ পৰাছবি: Francois Balthazar Solvyns · Public domain

বৰ্ণ

গন্ধবণিকসকলক বঙ্গীয় সমাজ-ব্যৱস্থাত সাধাৰণতে ‘মধ্যবিত্ত শূদ্ৰ’ হিচাপে গণ্য কৰা হয়।৫৭

তথ্যসূত্ৰ

  1. ↑ (1973). Proceedings of the Indian Science Congress. পৃ. 589
  2. ↑ (1963). The Eastern Anthropologist. Ethnographic and Folk Culture Society. পৃ. 66, 68
  3. ↑ Bhowmick. (1969). Occupational Mobility and Caste Structure in Bengal: Study of Rural Market. Indian Publications
  4. ↑ Sanyal. (1981). Social Mobility in Bengal. Papyrus. পৃ. 115
  5. ↑ Sengupta. (2020-11-30). Mutating Goddesses: Bengal's Laukika Hinduism and Gender Rights. Oxford University Press. পৃ. 104. ISBN 978-0-19-099325-2
  6. ↑ Bhaumik. (2022). The Changing World of Caste and Hierarchy in Bengal: Depiction from the Mangalkavyas C. 1700-1931. Routledge, Taylor & Francis. পৃ. 241. ISBN 978-1-003-14618-6
  7. ↑ Sarma. (1980). Caste Dynamics Among the Bengali Hindus. Firma KLM. পৃ. 184. ISBN 978-0-8364-0633-7

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গন্ধবণিক” প্ৰবন্ধৰ সংশোধন ৬১৮৬৪১ (২১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।