অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গণেশচন্দ্ৰ

গণেশচন্দ্ৰ(১৯ শতিকা)ৰ ঘৰ আছিল নেঘেৰিটিং অঞ্চলত। ১৮৫৭ চনৰ ব্ৰিটিছ বিৰোধী আন্দোলনত মণিৰাম দেৱানক সহায় কৰাৰ অপৰাধত তেওঁক তিনিবছৰ কাৰাদণ্ড বিহা হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল আদিৰাম। আদিৰাম মণিৰাম দেৱানৰ মাকৰ ফালৰ সম্বন্ধীয় আছিল ।

হালনাগাদ: ২ ফেব্ৰুৱাৰী ২০১৩ ৩৪ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

গণেশচন্দ্ৰ(১৯ শতিকা)ৰ ঘৰ আছিল নেঘেৰিটিং অঞ্চলত। ১৮৫৭ চনৰ ব্ৰিটিছ বিৰোধী আন্দোলনত মণিৰাম দেৱানক সহায় কৰাৰ অপৰাধত তেওঁক তিনিবছৰ কাৰাদণ্ড বিহা হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল আদিৰাম। আদিৰাম মণিৰাম দেৱানৰ মাকৰ ফালৰ সম্বন্ধীয় আছিল ১।

তথ্যসূত্ৰ

  1. ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৬৮

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গণেশচন্দ্ৰ” প্ৰবন্ধৰ সংশোধন ১১৩৭৬৮ (২ ফেব্ৰুৱাৰী ২০১৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।