গজনাৰায়ণ(১৬-১৭ শতিকা) আহোম ৰাজ্যৰ এজন অধীনস্থ গুৱাহাটীৰ বেলতলা অঞ্চলৰ শাসনকৰ্তা আছিল। তেওঁৰ পিতৃৰ নাম আছিল ৰঘুদেৱ।১।
তথ্যসূত্ৰ
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৬৭
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গজনাৰায়ণ” প্ৰবন্ধৰ সংশোধন ১৩২২৫৩ (১৭ জানুৱাৰী ২০১৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।