কৰবী ফুল হৈছে কাছ্কাবেলা গণৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি। ই মেক্সিকো আৰু মধ্য আমেৰিকাৰ থলুৱা উদ্ভিদ। ই এবিধ বিষাক্ত উদ্ভিদ যদিও সমগ্ৰ বিশ্বতে আলংকাৰিক উদ্ভিদ হিচাপে ইয়াৰ খেতি কৰা হয়। Nerium oleanderৰ সম্পৰ্কীয় হিচাপে ইয়াক ইংৰাজীত yellow oleander বুলি কোৱা হয়, ইয়াক ৱেষ্ট ইণ্ডিছত lucky nut বুলি কয়।
বিভিন্ন ভাষাত নাম
- অসমীয়া: কৰবী
- বাংলা: কলকে
- হিন্দী: কনেৰ (कनेर)
- ওড়িয়া: কনিঅৰ (କନିଅର)
- নেপালী: কনবীৰ (करवीर)
- পঞ্জাবী: কলেৰ (ਕਨੇਰ)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰবী ফুল” প্ৰবন্ধৰ সংশোধন ৫৪০৮৬২ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।