অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

ক্লক টাৱাৰ, ৰঙিয়া

ক্লক টাৱাৰ ৰঙিয়া হৈছে ভাৰতৰ অসম ৰাজ্যৰ ৰঙিয়াত অৱস্থিত এটা ক্লক টাৱাৰ। টাৱাৰৰ বিভিন্ন দিশত চাৰিটা ঘড়ী আছে। ই বৰলীয়া নদীৰ ওচৰত অৱস্থিত। চহৰখনৰ সৌন্দৰ্য্য বৃদ্ধিৰ বাবে ৰঙিয়া পৌৰসভাই এই টাৱাৰটো নিৰ্মাণ কৰিছে। ই অসমৰ আটাইতকৈ ওখ ঘড়ী স্তম্ভ। টাৱাৰটোৱে দিনটোৰ প্ৰতিটো ঘণ্টাত এটা ঘণ্টা বাজে।

হালনাগাদ: ১৭ জুলাই ২০২৫ ৫৪ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ক্লক টাৱাৰ ৰঙিয়া হৈছে ভাৰতৰ অসম ৰাজ্যৰ ৰঙিয়াত অৱস্থিত এটা ক্লক টাৱাৰ। টাৱাৰৰ বিভিন্ন দিশত চাৰিটা ঘড়ী আছে। ই বৰলীয়া নদীৰ ওচৰত অৱস্থিত। চহৰখনৰ সৌন্দৰ্য্য বৃদ্ধিৰ বাবে ৰঙিয়া পৌৰসভাই এই টাৱাৰটো নিৰ্মাণ কৰিছে। ই অসমৰ আটাইতকৈ ওখ ঘড়ী স্তম্ভ। টাৱাৰটোৱে দিনটোৰ প্ৰতিটো ঘণ্টাত এটা ঘণ্টা বাজে। টাৱাৰৰ মুঠ মূল্য ভাৰতীয় টকা ৫০ লাখ টকা।১২৩৪

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি
  2. ↑ https://www.mappls.com/rangiamunicipalboard
  3. ↑ rangia.assamurban.in/
  4. ↑ rangiamb.org.in/

সম্পৰ্কিত শ্ৰেণী

কামৰূপ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্লক টাৱাৰ, ৰঙিয়া” প্ৰবন্ধৰ সংশোধন ৫২৪৬১৭ (১৭ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।