অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

কেলিৰ' (অ'চেনিড)

কেলিৰ (ইংৰাজী: Callirhoe বা Kallirhoe, Callirrhoe, প্ৰাচীন গ্ৰীক: Καλλιρό, Καλλιρρόη, বা Καλλιρρόης মানে 'সুন্দৰ প্ৰবাহ' বা সুন্দৰ জুৰি') গ্ৰীক শ্ৰুতিকথা অনুসৰি টাইটান অ'চেনাছ আৰু টেথিছৰ তিনি হাজাৰ অ'চেনিডৰ ভিতৰত অন্যতম সামুদ্ৰিক দেৱী৷

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১০৬ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

কেলিৰ (ইংৰাজী: Callirhoe বা Kallirhoe, Callirrhoe, প্ৰাচীন গ্ৰীক: Καλλιρό, Καλλιρρόη, বা Καλλιρρόης মানে 'সুন্দৰ প্ৰবাহ' বা সুন্দৰ জুৰি'১) গ্ৰীক শ্ৰুতিকথা অনুসৰি টাইটান অ'চেনাছ আৰু টেথিছৰ তিনি হাজাৰ অ'চেনিডৰ ভিতৰত অন্যতম সামুদ্ৰিক দেৱী৷২৩

পৰিয়াল

কেলিৰ’ৰ ক্ৰাইছ’ৰ, নীলাছ, প'জাইডন আৰু মেনেছৰ সৈতে বিবাহ হৈছিল। ক্ৰাইছ'ৰ আৰু তেওঁৰ পুত্ৰ আছিল দানৱ গেৰিয়ান৪ আৰু ইচিডনা৫ আৰু মিচৰৰ নদী-দেৱী চিয়নে নীলাছৰ কন্যা আছিল।৬ প'জাইডন আৰু কেলিৰ'ৰ পুত্ৰ আছিল মিনিয়ান অৰ্কোমেনাছৰ প্ৰতিষ্ঠাপক মিনিয়াছ৭ আৰু মেনেছ আৰু কেলিৰ'ৰ পুত্ৰ আছিল মেয়নিয়াৰ ৰজা ক'টিছ।৮

কিংবদন্তি

ডিমিটাৰৰ কন্যাক মৃতকৰ প্ৰভু হেডিছে অপহৰণ কৰাৰ সময়ত কেলিৰ’ পাৰ্চেফোনৰ সংগী আছিল।৯ আবাৰবাৰেয়া আৰু ড্ৰ'চেৰাৰ সৈতে তেওঁ টাইৰিয়ানসকলৰ তিনিজন পূৰ্বপুৰুষৰ ভিতৰত অন্যতম আছিল।১০

উত্তৰাধিকাৰ

বৃহস্পতিৰ উপগ্ৰহ কেলিৰ’ৰ নাম তেওঁৰ নামেৰে ৰখা হৈছে।

তথ্যসূত্ৰ

  1. ↑ Bane, Theresa. (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃ. 75. ISBN 9780786471119
  2. ↑ Hesiod, থিঅ'গনি 351
  3. ↑ Kerényi, Carl. (1951). The Gods of the Greeks. Thames and Hudson. পৃ. 41
  4. ↑ Hesiod, Theogony 287 & 981; Apollodorus, 2.5.10; Hyginus, Fabulae Preface & 151; Stesichorus, fr. 512-513 & 587
  5. ↑ Hesiod, Theogony 270-300. Though Herbert Jennings Rose says simply that it is "not clear which parents are meant", Athanassakis, p. 44, says that Phorcys and Ceto are the "more likely candidates for parents of this hideous creature who proceeded to give birth to a series of monsters and scourges". The problem arises from the ambiguous referent of the pronoun "she" in line 295 of the Theogony. While some have read this "she" as referring to Callirhoe (e.g. Smith "Echidna"; Morford, p. 162), according to Clay, p. 159 n. 32, "the modern sc
  6. ↑ Servius Commentary on the Aeneid of Virgil, 4.250, ed. by Georgius Thilo
  7. ↑ Tzetzes on Lycophron, 875
  8. ↑ Dionysius of Halicarnassus, Roman Antiquities 1.27.1
  9. ↑ Homeric Hymn to Demeter 2.417
  10. ↑ Nonnus, Dionysiaca, 40.535 ff

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেলিৰ' (অ'চেনিড)” প্ৰবন্ধৰ সংশোধন ৬৩১৮৭৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।