কেলামাছ ফ্লৰিবাণ্ডুছ (Calamus floribundus) হৈছে এৰেকাচিয়া পৰিয়ালৰ অন্তৰ্গত বেত গছৰ এটা এছীয় প্ৰজাতি। অসমীয়াত লেজাই বেত বুলি কয়।
চিত্ৰ সম্ভাৰ
তথ্য সংগ্ৰহ
- Calcutta Journal of Natural History, and Miscellany of the Arts and Sciences in India. Calcutta 5:56. 1845 ("1844")
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেলামাছ ফ্লৰিবাণ্ডুছ” প্ৰবন্ধৰ সংশোধন ১৮৯৭৪৬ (২ ফেব্ৰুৱাৰী ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।