অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কৃতি দেৱী দেৱবৰ্মন

কৃতি দেৱী দেববৰ্মন (Kriti Devi Debbarman) ত্ৰিপুৰাৰ ৰাজকীয় পৰিয়ালৰ সদস্য তথা ত্ৰিপুৰাৰ ভাৰতীয় ৰাজনীতিবিদ। ত্ৰিপুৰা পূৱ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয়। তেওঁ টিপ্ৰা মোথা পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টিৰ যৌথ প্ৰাৰ্থী আছিল।

হালনাগাদ: ২১ ফেব্ৰুৱাৰী ২০২৫ ১৬০ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

কৃতি দেৱী দেববৰ্মন (Kriti Devi Debbarman) ত্ৰিপুৰাৰ ৰাজকীয় পৰিয়ালৰ সদস্য তথা ত্ৰিপুৰাৰ ভাৰতীয় ৰাজনীতিবিদ। ত্ৰিপুৰা পূৱ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয়। তেওঁ টিপ্ৰা মোথা পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টিৰ যৌথ প্ৰাৰ্থী আছিল।১২

প্ৰাথমিক জীৱন

কৃতি দেৱী দেৱবৰ্মন মহাৰাজা কিৰিত বিক্ৰম কিশোৰ দেৱবৰ্মা আৰু বিভু কুমাৰ দেৱীৰ কন্যা। তেওঁৰ দুগৰাকী ভাই-ভনী ক্ৰমে প্ৰজ্ঞা দেৱবৰ্মা আৰু ত্ৰিপুৰাৰ বৰ্তমানৰ ৰজা প্ৰদ্যুৎ বিক্ৰম দেৱবৰ্মা।৩

ৰাজনৈতিক কেৰিয়াৰ

২০২৪ চনৰ ৫ জুনত ত্ৰিপুৰাৰ ৰাজ্যপাল এন ইন্দ্ৰসেনা ৰেড্ডীৰ সৈতে পূব ত্ৰিপুৰাৰ ১৮ নং লোকসভাৰ সংসদ সদস্য কৃতি দেৱী দেৱবৰ্মান। ১৮ নং লোকসভাত দেৱবৰ্মাই ৪৮৬,৮১৯ টা ভোটৰ ব্যৱধানত পূব ত্ৰিপুৰা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয়।.৪

২০২৩ চনৰ ত্ৰিপুৰা ৰাজ্য বিধানসভাৰ প্ৰচাৰ অভিযানৰ সৈতে জড়িত বাবে তেওঁক তেওঁৰ ভাতৃ প্ৰদ্যুৎ মাণিক্যৰ সৈতে দেখা পোৱা গৈছিল।

টিপ্ৰাছাৰ বাবে সাংবিধানিক সমাধানৰ বাবে টিপ্ৰা মোথা পাৰ্টি আৰু ভাৰত চৰকাৰৰ মাজত টিপ্ৰসা চুক্তি স্বাক্ষৰ কৰাৰ পাছত দেৱবৰ্মনক যৌথ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হয়।৫

লোকসভাৰ সদস্য হোৱাৰ পিছত দেৱবৰ্মনক ২০২৪ চনৰ ২৬ ছেপ্টেম্বৰত ৰাসায়নিক আৰু সাৰ সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিৰ সদস্য হিচাপে নিযুক্তি দিয়া হয়।৬

তথ্যসূত্ৰ

  1. ↑ (2024-06-04). Tripura East Election Result 2024 LIVE Updates Highlights: Lok Sabha Winner, Loser, Leading, Trailing, MP, Margin. News18
  2. ↑ Election Commission of India. results.eci.gov.in. ভাৰতৰ নিৰ্বাচন আয়োগ
  3. ↑ (2024-03-14). Who is Kriti Singh Debbarma, the BJP candidate for Tripura East LS seat?. Northeast Live
  4. ↑ Lok Sabha Election Outcome: Northeast sends only 2 women MPs to ... www.google.com
  5. ↑ Press Trust Of India. www.ptinews.com
  6. ↑ Chemicals and Fertilizers. PRS Legislative Research

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৃতি দেৱী দেৱবৰ্মন” প্ৰবন্ধৰ সংশোধন ৪৮০৩৪১ (২১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।