অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কাল্টাৰাম ৰাভা

কাল্টাৰাম ৰাভা (? - আন. ১৯৬০) এগৰাকী কৃষক নেতা আছিল। গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ ওচৰৰ ছোটমাটিয়া গাঁৱত জন্ম। ভাৰতৰ স্বাধীনতাৰ আগৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সভ্য আছিল। স্বাধীনতাৰ পাছত এখেতে ভাৰতীয় কমিউনিষ্ট পাৰ্টিত যোগ দিয়ে। কৃষক নেতা ৰূপে জনজাতীয় সকলক শোষণৰ বিৰুদ্ধে সংঘবদ্ধ কৰিছিল।

হালনাগাদ: ১০ জুন ২০২০ ৪২ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

কাল্টাৰাম ৰাভা (? - আন. ১৯৬০) এগৰাকী কৃষক নেতা আছিল। গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ ওচৰৰ ছোটমাটিয়া গাঁৱত জন্ম। ভাৰতৰ স্বাধীনতাৰ আগৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সভ্য আছিল। স্বাধীনতাৰ পাছত এখেতে ভাৰতীয় কমিউনিষ্ট পাৰ্টিত যোগ দিয়ে। কৃষক নেতা ৰূপে জনজাতীয় সকলক শোষণৰ বিৰুদ্ধে সংঘবদ্ধ কৰিছিল।১

তথ্যসূত্ৰ

  1. ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৫৩

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাল্টাৰাম ৰাভা” প্ৰবন্ধৰ সংশোধন ২৩৭২৬০ (১০ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।