কামলে জিলা বা খেলমে জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷১ এই জিলাৰ সদৰ ঠাই ৰাগা (Raga)৷২ ২০১৭ চনৰ লোকপিয়ল অনুসৰি এই জিলাৰ জনসংখ্যা ২২,২৫৬ জন৷
ইতিহাস
২০১৩ ডিচেম্বৰৰ পৰাই ই জিলাৰ গঠনৰ বাবে দাবী উত্থাপন হৈ আহিছিল৷৩৪ ২০১৭ চনৰ ১৫ ডিচেম্বৰত জিলাখনৰ প্ৰতিষ্ঠাপন কৰা হয়।৫
ভৌগোলিক অৱস্থান
কামলে জিলাখন নামনি সোৱণশিৰি জিলা আৰু উজনি সোৱণশিৰি জিলাৰ একাংশ লৈ গঠন কৰা হৈছে৷৬ ৭
তথ্যসূত্ৰ
- ↑ (21 October 2017). Normal Pages. The Hills Times
- ↑ (19 October 2017). Protect tribals if Chakma & Hajong are considered for citizenship, says legislative assembly. arunachaltimes.in
- ↑ 2013 December 11. The Arunachal Times
- ↑ 2013 December 27. The Arunachal Times
- ↑ CM inaugurates Kamle district. The Arunachal Times
- ↑ (1 October 2017). PDF 1st Oct. 2017. ebarathi.com
- ↑ (18 October 2017). Arunachal Assembly approves Kamle as 23rd district of state. Arunachal24.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কামলে জিলা” প্ৰবন্ধৰ সংশোধন ৬২৮৬৯৫ (১৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।