কান্তা কুমাৰী ভাটনাগৰ (कान्ता भटनागर ১,প্ৰায় ১৯৩০ – ১৩ আগষ্ট ২০১১) ভাৰতৰ এগৰাকী ন্যায়াধীশ আৰু মানৱ অধিকাৰ কৰ্মী আছিল। তেওঁ মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথমগৰাকী মহিলাৰ লগতে ৰাজস্থান ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ প্ৰথমগৰাকী অধ্যক্ষ আছিল ভটনগৰ।২তেওঁ ৰাজস্থানৰ এগৰাকী বিশিষ্ট মহিলা ন্যায়াধীশ আছিল৷
জীৱনী
১৯৬৮ চনত ভাটনাগৰে ৰাজস্থানত এগৰাকী ন্যায়াধীশ হিচাপে কৰ্মৰত আছিল৷২ ১৯৯২ চনৰ জুন মাহত তেওঁ মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হয়৷২ সেইখন ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে অধিষ্ঠিত হোৱা তেওঁ প্ৰথমগৰাকী মহিলা৷৩ পৰৱৰ্তী পাঁচটা মাহ তেওঁ সেই পদত অধিষ্ঠিত হৈ থাকে৷৪
২০০০ চনত ভাটনাগৰ ৰাজস্থান ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ প্ৰথমগৰাকী অধ্যক্ষ হয়৷১
২০১১ চনৰ ১৩ আগষ্টত ৮১ বছৰ বয়সত তেওঁৰ হৃদ যন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্য হয়৷২
তথ্যসূত্ৰ
- ↑ Former Chairman & Members. Rajasthan State Human Rights Commission
- ↑ (15 August 2011). Former Madras CJ passes away. The Hindu
- ↑ (5 April 2017). New CJ of Madras HC sworn in; governor, CM present. Eenadu English Portal
- ↑ Subramanil, A. (30 June 2017). Madras High Court gets all-woman first bench for 1st time in 135 years - Times of India. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কান্তা কুমাৰী ভাটনাগৰ” প্ৰবন্ধৰ সংশোধন ৪৭১০৭৪ (৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।