অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কবিশেখৰ পাত্ৰ

কৱিশেখৰ পাত্ৰ (১৭ শতিকা) কোচ হাজোৰ কাননগো পদাধিকাৰী আছিল। পিতৃ কৱীন্দ্ৰ পাত্ৰৰ পাছত মোগল সম্ৰাট জাহাঙ্গীৰৰপৰা কোচ হাজোৰ কাননগো পদ পায়। বাদচাহে 'ৰজা' উপাধি দিছিল আৰু বহুতো মাটি-সম্পত্তিও দান কৰিছিল। কোচবিহাৰৰ ৰজা প্ৰাণনাৰায়ণৰ সভাপণ্ডিত আছিল। দৰঙৰ ৰজা ধীৰনাৰয়ণৰ দিনত প্ৰতাপশালী হৈ পৰে।

হালনাগাদ: ৬ আগষ্ট ২০২০ ৪৭ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

কৱিশেখৰ পাত্ৰ' (১৭ শতিকা) কোচ হাজোৰ কাননগো পদাধিকাৰী আছিল। পিতৃ কৱীন্দ্ৰ পাত্ৰৰ পাছত মোগল সম্ৰাট জাহাঙ্গীৰৰপৰা কোচ হাজোৰ কাননগো পদ পায়। বাদচাহে 'ৰজা' উপাধি দিছিল আৰু বহুতো মাটি-সম্পত্তিও দান কৰিছিল। কোচবিহাৰৰ ৰজা প্ৰাণনাৰায়ণৰ সভাপণ্ডিত আছিল। দৰঙৰ ৰজা ধীৰনাৰয়ণৰ দিনত প্ৰতাপশালী হৈ পৰে। ৰঙামাটি কৱিশেখৰ পাত্ৰৰ 'ৰাজধানী' আছিল।১

তথ্যসূত্ৰ

  1. ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ৪৭

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কবিশেখৰ পাত্ৰ” প্ৰবন্ধৰ সংশোধন ২৪২৯৯৫ (৬ আগষ্ট ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।