কবিতা সিং (Kavita Singh) জনতা দল (ইউনাইটেড)ৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ।১২ ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত ছিৱান লোকসভাৰ আসনৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হয়।৩ ২০১১ চনৰ উপ-নিৰ্বাচন আৰু ২০১৫ চনৰ নিৰ্বাচনত দাৰাউণ্ডা আসনৰ পৰা বিধানসভাৰ সদস্য হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল, যিখন আসনত পূৰ্বে তেওঁৰ শাহুৱেক জগমাতা দেৱীয়ে জয়ী হৈছিল।৪৫কবিতা সিং জে পি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰী৷ তেওঁ বিয়াৰ পিছতেই কইনাৰ সাজ-পোছাক পিন্ধি মনোনয়ন দাখিল কৰিছিল। ২৬ বছৰ বয়সত তেওঁ বিধায়িকা হৈছিল।৬৭ তেওঁৰ বিবাহ গেংষ্টাৰৰ পৰা ৰাজনীতিবিদ হোৱা অজয় কুমাৰ সিঙৰ সৈতে সম্পন্ন হৈছিল।৮৯
তথ্যসূত্ৰ
- ↑ Roy, Anirab Guha. (24 March 2019). Wives of convicted politicians get tickets from RJD and JD(U)for Lok Sabha polls. Hindustan Times
- ↑ (5 May 2019). सीवान: इस बार दो बाहुबली नेताओं की पत्नियों के बीच महामुकाबला. Amar Ujala
- ↑ (23 May 2019). Siwan Election Results 2019 Live Updates: Kavita Singh of JDU Leads at 10:37AM. CNN-News18
- ↑ (26 April 2019). पितृपक्ष में शादी कर इस 'डॉन' ने पत्नी को बनाया था विधायक अब JDU से मिला लोकसभा का टिकट. CNN-News18
- ↑ Srivastava, Amitabh. (27 April 2019). In Siwan Lok Sabha seat, wives of two dons take on each other. India Today
- ↑ (20 September 2011). MLA son ties knot to gift bride a ticket. Telegraph India
- ↑ (6 October 2013). Bihar's biwi brigade. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Jha, Giridhar. Proxies Of Bahubalis: Bihar Voters Caught Between The Devil And The Deep Sea. Outlook India
- ↑ Tewary, Amarnath. (2019-05-02). Wives of two dons battle it out in Siwan. দ্য হিন্দু
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কবিতা সিং” প্ৰবন্ধৰ সংশোধন ৬০২০২৮ (২২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।