অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কবিচন্দ্ৰ দ্বিজ

কৱিচন্দ্ৰ দ্বিজ (১৮ শতিকা) স্বৰ্গদেউ শিৱসিংহৰ সভাকবি আছিল। শিৱসিংহ, ৰানী অম্বিকাদেৱী আৰু পুত্ৰ উগ্ৰসিংহ-ৰ নিৰ্দেশত ১৭৩৫ চনত ধৰ্মপুৰাণৰ ভাঙনি কৰে। উষা-অনিৰুদ্ধৰ কাহিনীক উপজীৱ্য কৰি কামকুমাৰ হৰণ নামে এখন সংস্কৃত নাটক ৰচনা কৰিছিল। নাটখনৰ মাজে মাজে অসমীয়া গীত সন্নিবিষ্ট কৰিছিল।

হালনাগাদ: ৬ আগষ্ট ২০২০ ৩৯ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

কৱিচন্দ্ৰ দ্বিজ (১৮ শতিকা) স্বৰ্গদেউ চুতণফাৰ সভাকবি আছিল। শিৱসিংহ, ৰানী অম্বিকাদেৱী আৰু পুত্ৰ উগ্ৰসিংহ-ৰ নিৰ্দেশত ১৭৩৫ চনত ধৰ্মপুৰাণৰ ভাঙনি কৰে। উষা-অনিৰুদ্ধৰ কাহিনীক উপজীৱ্য কৰি কামকুমাৰ হৰণ নামে এখন সংস্কৃত নাটক ৰচনা কৰিছিল। নাটখনৰ মাজে মাজে অসমীয়া গীত সন্নিবিষ্ট কৰিছিল।১

তথ্যসূত্ৰ

  1. ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ৪৭

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কবিচন্দ্ৰ দ্বিজ” প্ৰবন্ধৰ সংশোধন ২৪২৯৯৯ (৬ আগষ্ট ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।