অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কণ্ঠভূষণ দ্বিজ

কণ্ঠভূষণ দ্বিজ (১৬-১৭ শতিকা) কোচৰজা নৰনাৰায়ণ আৰু ৰঘূৰায়ৰ পাৰিবাৰিক পুৰোহিত আছিল। হাজোৰ মাজগুৰি গাঁৱত এখেতৰ জন্ম হৈছিল। শ্ৰীমন্ত শংকৰদেৱ সৈতে বাদ-ত জিকিব নোৱাৰি তেওঁ বাৰানসীলৈ যায় ব্ৰহ্মানন্দ পণ্ডিতৰ ওচৰত জ্ঞান অৰ্জন কৰিবলৈ।

হালনাগাদ: ২ ফেব্ৰুৱাৰী ২০১৩ ৬৫ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

কণ্ঠভূষণ দ্বিজ (১৬-১৭ শতিকা) কোচৰজা নৰনাৰায়ণ আৰু ৰঘূৰায়ৰ পাৰিবাৰিক পুৰোহিত আছিল। হাজোৰ মাজগুৰি গাঁৱত এখেতৰ জন্ম হৈছিল। শংকৰদেৱ সৈতে বাদ-ত জিকিব নোৱাৰি তেওঁ বাৰানসীলৈ যায় ব্ৰহ্মানন্দ পণ্ডিতৰ ওচৰত জ্ঞান অৰ্জন কৰিবলৈ। কণ্ঠভূষণৰ মূখে শংকৰদেৱৰ কধা শুনি ব্ৰহ্মানন্দই বিষ্ণুপুৰী সন্যাসীৰ 'ভক্তি ৰত্নাৱলী' পুথিখন দি পঠিয়াই শংকৰদেৱক দিবলৈ। কণ্ঠভূষণে পাটবাউসীত পুথিখন শংকৰদেৱৰ হাতত দিয়ে। শংকৰদেৱৰ মাহাত্মাও স্বীকাৰ কৰি লয়। পাছত শংকৰদেৱৰ নিৰ্দেশত মাধৱদেৱে পুথিখনৰ ভাঙনি কৰে।১

তথ্যসূত্ৰ

  1. ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কণ্ঠভূষণ দ্বিজ” প্ৰবন্ধৰ সংশোধন ১১৩৭৯৮ (২ ফেব্ৰুৱাৰী ২০১৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।