অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এম. ষ্টেনলী হুইটটিনগাম

মাইকেল ষ্টেনলী হুইটটিনগাম এগৰাকী ইংৰাজ ৰসায়নবিদ। তেওঁ ষ্টেট ইউনিভাৰ্চিটি অফ নিউয়ৰ্কৰ অধীনত বিনগামটন বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু মেটেৰীয়েল ৰিচাৰ্ছ আৰু মেটেৰীয়েল চাইন্স আৰু প্ৰকৌশল প্ৰগ্ৰেমৰ দুয়ো প্ৰতিষ্ঠানৰ নিৰ্দেশক। তেওঁ লিথিয়াম আয়ন বেটেৰীৰ উন্নতি সাধনৰ বাবে বিশেষ ভাবে জনাজাত।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৬৬ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

মাইকেল ষ্টেনলী হুইটটিনগাম এগৰাকী ইংৰাজ ৰসায়নবিদ। তেওঁ ষ্টেট ইউনিভাৰ্চিটি অফ নিউয়ৰ্কৰ অধীনত বিনগামটন বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু মেটেৰীয়েল ৰিচাৰ্ছ আৰু মেটেৰীয়েল চাইন্স আৰু প্ৰকৌশল প্ৰগ্ৰেমৰ দুয়ো প্ৰতিষ্ঠানৰ নিৰ্দেশক। তেওঁ লিথিয়াম আয়ন বেটেৰীৰ উন্নতি সাধনৰ বাবে বিশেষ ভাবে জনাজাত। তেওঁ জন বেনিষ্টাৰ গুডএনাফ আৰু আকিৰা য়শ্বিন'ৰ সৈতে "লিথিয়াম আয়ন বেটেৰীৰ উন্নতি সাধনৰ বাবে" ২০১৯ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Specia, Megan. (9 October 2019). Nobel Prize in Chemistry Honors Work on Lithium-Ion Batteries - John B. Goodenough, M. Stanley Whittingham and Akira Yoshino were recognized for research that has “laid the foundation of a wireless, fossil fuel-free society.”. The New York Times

সম্পৰ্কিত শ্ৰেণী

ৰসায়নবিদযুক্তৰাজ্যৰ ব্যক্তিৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এম. ষ্টেনলী হুইটটিনগাম” প্ৰবন্ধৰ সংশোধন ৩৮০২৮৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।