মাৰ্শ্ৱেল ব্ৰুচ মেথাৰ্চ তৃত্ৱীয় ওৰফে এমিনেম আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন প্ৰতিভাশালী তথা বিখ্যাত হিপ-হপ গায়ক। D12 দলৰ সদস্য এমিনেমক আমেৰিকান মেগাজিন ৰ'লিং ষ্ট'ন-এ ১০০ জন সৰ্বকালৰ শ্ৰেঠ কলাতকৰ ভিতৰত ৮৩ তম স্থান প্ৰদান কৰি হিপ হ'পৰ ৰজা বুলি আখ্যা দিছে।
১৫টা গ্ৰাম্মী বটাৰে পুৰস্কৃত এমিনেম 8 মাইল্ নামৰ এক চলচ্চিত্ৰতো অভিনয় কৰিছে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এমিনেম” প্ৰবন্ধৰ সংশোধন ২৩৪৩৮৮ (২ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।