অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এছ. এল. শ্বাকধৰ

এছ. এল. শ্বাকধৰ (১৯১৮–২০০২) ভাৰতৰ ষষ্ঠ মুখ্য নিৰ্বাচন আয়ুক্ত আৰু ৩য় লোকসভা, চতুৰ্থ লোকসভা আৰু ৫ম লোকসভা (ভাৰতীয় সংসদৰ নিম্ন সদন)ৰ প্ৰাক্তন সচিব প্ৰধান আছিল। ১৯৭৭ চনৰ পৰা ১৯৮২ চনলৈকে তেওঁ মুখ্য নিৰ্বাচন আয়ুক্ত আছিল। তেওঁ জম্মু-কাশ্মীৰৰ পৰা আহিছিল। ২০০২ চনত তেওঁৰ মৃত্যু হয়।

হালনাগাদ: ৩১ অক্টোবৰ ২০২৪ ১১০ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

এছ. এল. শ্বাকধৰ (১৯১৮–২০০২) ভাৰতৰ ষষ্ঠ মুখ্য নিৰ্বাচন আয়ুক্ত আৰু ৩য় লোকসভা, চতুৰ্থ লোকসভা আৰু ৫ম লোকসভা (ভাৰতীয় সংসদৰ নিম্ন সদন)ৰ প্ৰাক্তন সচিব প্ৰধান আছিল।১ ১৯৭৭ চনৰ পৰা ১৯৮২ চনলৈকে তেওঁ মুখ্য নিৰ্বাচন আয়ুক্ত আছিল।২ তেওঁ জম্মু আৰু কাশ্মীৰৰ পৰা আহিছিল। ২০০২ চনত তেওঁৰ মৃত্যু হয়।১

তেওঁ সংবিধান বিষয় আৰু সংসদীয় কাৰ্য্যবিধিৰ বিশেষজ্ঞ আছিল, লোকসভাৰ সুদক্ষ কাম-কাজৰ বাবে সংসদীয় পদ্ধতিৰ অভিযোজন আৰু পৰিৱৰ্তনত তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। সংসদীয় বিষয়ত তেওঁৰ চহকী জ্ঞান আৰু ব্যাপক অভিজ্ঞতা আছে যাৰ প্ৰতীক হৈছে তেওঁৰ সংসদৰ অনুশীলন আৰু পদ্ধতিৰ ওপৰত লিখা গ্ৰন্থ, সুভাষ কাশ্যপৰ সৈতে সহ-লেখক আৰু অন্যান্য প্ৰকাশিত সম্ভাৰ আছে।

পদবী

  • লোকসভাৰ সম্পাদক, ১৯৬৪–৭৩
  • লোকসভাৰ সচিব প্ৰধান, ১৯৭৩–৭৭
  • ভাৰতীয় সংসদীয় গোটৰ সচিব প্ৰধান
  • ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত

তথ্যসূত্ৰ

  1. ↑ Press Release: Prime Minister condoles the death of S L Shakdher. Press Information Bureau, Govt. of India
  2. ↑ Previous Chief Election Commissioners. Election Commission of India

সম্পৰ্কিত শ্ৰেণী

কুৰি শতিকাৰ ব্যক্তিভাৰতীয় ব্যক্তিভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এছ. এল. শ্বাকধৰ” প্ৰবন্ধৰ সংশোধন ৪৪২১৭৫ (৩১ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।