টি স্বামীনাথন সম্পূৰ্ণ নাম থিৰুমালৰায়া স্বামীনাথন, ১৯৭০ চনৰ ১ ডিচেম্বৰৰ পৰা ১৯৭২ চনৰ ২ নৱেম্বৰলৈকে ভাৰতৰ কেবিনেট সচিব আছিল। তেওঁ ভাৰতীয় অসামৰিক সেৱা (আই চি এছ)ৰ সদস্য আছিল। স্বামীনাথনে ১৯৭৩ চনৰ ৭ ফেব্ৰুৱাৰীৰ পৰা ১৯৭৭ চনৰ ১৭ জুনলৈকে ভাৰতৰ ৫ম মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
বাহ্যিক লিংক
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টি স্বামীনাথন” প্ৰবন্ধৰ সংশোধন ৪৪২১৭৬ (৩১ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।