অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

একনাথ ৰামকৃষ্ণ ৰানাদে

একনাথ ৰামকৃষ্ণ ৰানাদে (Eknath Ramakrishna Ranade) ভাৰতৰ এগৰাকী সমাজকৰ্মী আৰু নেতা আছিল।

হালনাগাদ: ২৭ ছেপ্তেম্বৰ ২০২১ ৭৬ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

একনাথ ৰামকৃষ্ণ ৰানাদে (Eknath Ramakrishna Ranade) ভাৰতৰ এগৰাকী সমাজকৰ্মী আৰু নেতা আছিল।

জন্ম আৰু বংশ পৰিচয়

একনাথ ৰামকৃষ্ণ ৰানাদেৰ জন্ম হৈছিল ১৯১৪ চনৰ ১৯ নৱেম্বৰ তাৰিখে,তামিলনাডুৰ অমৰাৱতীত। ৰানাদেৰ তিনিগৰাকী ভাতৃ আৰু চাৰিগৰাকী বায়েক আছিল। সকলোতকৈ কনিষ্ঠ তেওঁ আছিল। জ্যেষ্ঠ ভাতৃৰ নাম কাশীনাথ ৰানাদে আছিল।

শিক্ষা

একনাথ ৰামকৃষ্ণ ৰানাদেই ড° হৰিছিং গৌৰ বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা সমাপ্ত কৰিছিল।১

কৰ্মজীৱন

একনাথ ৰামকৃষ্ণ ৰানাদে এ বিবেকানন্দ ৰক মেমৰীয়েল আৰু দ্য বিবেকানন্দ কেন্দ্ৰ কন্যাকুমাৰীত প্ৰতিষ্ঠা কৰিছিল।

মৃত্যু

একনাথ ৰামকৃষ্ণ ৰানাদেৰ মৃত্যু হৈছিল ১৯৮২ চনৰ ২২ আগষ্ট তাৰিখে চেন্নাইত।

তথ্যসূত্ৰ

  1. ↑ Google,2021

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “একনাথ ৰামকৃষ্ণ ৰানাদে” প্ৰবন্ধৰ সংশোধন ৩০১২৪১ (২৭ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।