অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

উৰ্বশী গোৰিয়া

উৰ্বশী দেৱী গোৰিয়া (জন্ম: ৮ জানুৱাৰী ১৯৯৯) এগৰাকী মৰিছিয়ান মডেল, উদ্যোগী আৰু সৌন্দৰ্য প্ৰতিযোগিতা বিজয়ী, যিয়ে মিছ মৰিছাছ ২০১৮ উপাধি লাভ কৰিছিল। তেওঁ মৰিছিয়াছক মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিছিল আৰু ইউনিচেফত VOY হিচাপে সক্ৰিয় সদস্য।

হালনাগাদ: ২৯ জুন ২০২৬ ৪৬ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

উৰ্বশী দেৱী গোৰিয়া (জন্ম: ৮ জানুৱাৰী ১৯৯৯) এগৰাকী মৰিছিয়ান মডেল, উদ্যোগী আৰু সৌন্দৰ্য প্ৰতিযোগিতা বিজয়ী, যিয়ে মিছ মৰিছাছ ২০১৮ উপাধি লাভ কৰিছিল। তেওঁ মৰিছিয়াছক মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিছিল আৰু ইউনিচেফত VOY হিচাপে সক্ৰিয় সদস্য।১২ উৰ্বশীয়ে ২০১৯ চনৰ মিছ ৱৰ্ল্ড সৌন্দৰ্য প্ৰতিযোগিতাত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল।৩

মিছ মৰিছাছ প্ৰতিযোগিতা ২০১৮

বছৰপ্ৰতিযোগিতাঅৱস্থাটোকা
২০১৮মিছ মৰিছাছ৪বিজয়ী

তথ্যসূত্ৰ

  1. ↑ Rédaction, La. (13 October 2018). Urvashi Gooriah est Miss Mauritius 2018. lexpress.mu
  2. ↑ Vilipendée sur la toile - La Miss Mauritius 2018: "Je comprends la réaction des Mauriciens". Le Defi Media Group
  3. ↑ Urvashi Gooriah, Miss Mauritius, porte plainte pour un message insultant sur Instagram
  4. ↑ Urvashi Gooriah remporte le titre de Miss Mauritius 2018

সম্পৰ্কিত শ্ৰেণী

মডেলমৰিছাছ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উৰ্বশী গোৰিয়া” প্ৰবন্ধৰ সংশোধন ৬১৪৯৯৩ (২৯ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।