অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইলা বৰগোহাঁই

ইলা বৰগোহাঁই (Ila Borgohain) অসমৰ এগৰাকী সাহিত্যিক আৰু শিক্ষাবিদ। ২০২২ চনত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে সাহিত্যিকগৰাকীক ২০২১ চনৰ অমল প্ৰভা দাস বঁটাৰে সন্মানিত কৰে।

হালনাগাদ: ৩০ জুলাই ২০২৩ ৪৮ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ইলা বৰগোহাঁই (Ila Borgohain) অসমৰ এগৰাকী সাহিত্যিক আৰু শিক্ষাবিদ। ২০২২ চনত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে সাহিত্যিকগৰাকীক ২০২১ চনৰ অমল প্ৰভা দাস বঁটাৰে সন্মানিত কৰে।১ পিজৌ গাভৰু (২০০১), ৰমণী গাভৰু (২০০২), কুৰঙ্গনয়নী (২০০৭), কীৰ্ত্তিচন্দ্ৰ (২০১৪)২ হে মহানগৰ হে মহাসাগৰ (২০২০), সাতোখন সুৰীয়া নৈ (২০২০)৩ আদি তেওঁৰ প্ৰকাশিত গ্ৰন্থ।

তথ্যসূত্ৰ

  1. ↑ (20 June 2022). ডিব্ৰুগড়ত কেন্দ্ৰীয় কলাগুৰু বিষ্ণু ৰাভা দিৱস: বিশিষ্ট শিল্পীলৈ সন্মান চৰকাৰৰ. www.etvbharat.com
  2. ↑ Ankur Dutta. (2020). RECONSTRUCTION AND RETELLING OF HISTORY IN NOVEL: A STUDY THROUGH THE ASSAMESE NOVEL. International Journal of Management (IJM). পৃ. 1040-1045
  3. ↑ (23 Octobeer 2020). মৰাণত বিশিষ্ট সাহিত্যিক ইলা বৰগোহাঁইৰ দুখন গ্ৰন্থ উন্মোচন. www.etvbharat.com

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইলা বৰগোহাঁই” প্ৰবন্ধৰ সংশোধন ৩৭২৭৫১ (৩০ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।