অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইউছুফ এষ্টেছ

ইউছুফ এষ্টেছ (জন্ম: ১৯৪৪) এজন আমেৰিকান মুছলিম যাজক, যিজনে ১৯৯১ চনৰ পৰা খ্ৰীষ্টান ধৰ্মৰ পৰা ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈছে। তেখেতে ১৯৯০ চনৰ পৰা "যুক্তৰাষ্ট্ৰ কাৰা ব্যুৰো" নামৰ প্ৰতিষ্ঠানৰ যাজক আছিল।

হালনাগাদ: ২৪ এপ্ৰিল ২০২১ ১২৩ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ইউছুফ এষ্টেছ (জন্ম: ১৯৪৪) এজন আমেৰিকান মুছলিম যাজক, যিজনে ১৯৯১ চনৰ পৰা খ্ৰীষ্টধৰ্মৰ পৰা ইছলামলৈ ধৰ্মান্তৰিত হৈছে। তেখেতে ১৯৯০ চনৰ পৰা "যুক্তৰাষ্ট্ৰ কাৰা ব্যুৰো" নামৰ প্ৰতিষ্ঠানৰ যাজক আছিল।১ তেখেত ২০০০ চনৰ চেপ্তেম্বৰ ৰাষ্ট্ৰসংঘত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ বিশ্ব শান্তি সন্মিলন ধৰ্মীয় নেতাসকলৰ মাজত মুছলিমসকলৰ প্ৰতিনিধি আছিল।১

জীৱনকাল

ইউছুফ এষ্টেছ অ’হাঅ’ত জন্মগ্ৰহণ কৰিছে আৰু টেক্সাছৰ হিউষ্টনত এটা এংলো প্ৰাচীন ইংৰাজী ভাষী প্ৰোটেষ্টাণ্ট পৰিয়ালত ডাঙৰ দীঘল হৈছে।২ ১৯৯১ চনত মোহাম্মেদ নামৰ এজন মিছৰিয় মুছলিমৰ সৈতে পৰিচিত হৈ তেখেত ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হয়।

ইছলামিক কৰ্মকাণ্ড

২০০৪ চনৰ পৰা ইউছুফ এষ্টেছে ইছলাম চেনেল আৰু পিচ টিভিত নিয়মীয়াকৈ বিভিন্ন অনুষ্ঠানত উপস্থিত হয়। ইয়াৰ উপৰিও হুদা টিভিতো তেখেতে বক্তব্য ৰাখে যিটো সাপ্তাহিক ২৪ ঘণ্টা বিভিন্ন ইছলামিক অনুষ্ঠানসহ বিনামূল্যে গোটেই বিশ্বব্যাপী বিভিন্ন দেশত চেটেলাইট আৰু ইণ্টাৰনেটত সম্প্ৰচাৰিত হয়। তেখেতৰ নিজ উদ্যোগত গাইড আচ টিভি নামৰ এটা টিভি চেনেল প্ৰতিষ্ঠা কৰে, যেটি হ'ল আমেৰিকাৰ প্ৰথম চৌব্বিছ ঘণ্টা সময়তেই প্ৰচাৰিত ইছলামিক টিভি চেনেল।

তথ্যসূত্ৰ

  1. ↑ name="Priests_n_preachers_story"
  2. ↑ url=http://www.watchislam.com/videos/video.php?vid=3; |শিৰোনাম=Yusuf Estes Telling self-converting to Islam story|কৰ্ম=WatchIslam; web.archive.org/web/20100528182659/http://www.wa; |আৰ্কাইভৰ তাৰিখ=২৮ মে ২০১০}}

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিইছলামী ধৰ্মীয় গুৰু

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইউছুফ এষ্টেছ” প্ৰবন্ধৰ সংশোধন ২৭২১৫৯ (২৪ এপ্ৰিল ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।