আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় (Arya Vidyapeeth College) হৈছে ১৯৫৮ চনৰ ২৯ জুলাইত স্থাপিত অসমৰ কামৰূপ জিলাৰ গোপীনাথ নগৰত অৱস্থিত এক উচ্চশিক্ষাৰ প্ৰতিষ্ঠান, য’ত কলা, বিজ্ঞান আৰু বাণিজ্য তিনিটা শাখা আছে। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।১২
বিভাগ
কলা
- অসমীয়া
- বঙালী
- শিক্ষা
- অৰ্থনীতি
- ইংৰাজী
- দৰ্শন
- ৰাজনীতি
- সংস্কৃত
বিজ্ঞান
- নৃতত্ত্ব
- উদ্ভিদ বিজ্ঞান
- ৰসায়ন বিদ্যা
- ভূগোল
- ভূবিজ্ঞান
- গণিত
- পদাৰ্থ বিজ্ঞান
- পৰিসংখ্যা
- প্ৰাণী বিজ্ঞান৩
মান্যতা
২০১৬ চনত মহাবিদ্যালয়খনে 'ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদ' (National Assessment and Accreditation Council চমুকৈ NAAC) কৰ্তৃক ‘এ’ গ্ৰেড পাবলৈ সক্ষম হয়।৪৫ মহাবিদ্যালয়খন 'বিশ্ববিদ্যালয় মঞ্জুৰি কমিশন (ভাৰত)' -ৰ দ্বাৰাও স্বীকৃত।৬
তথ্যসূত্ৰ
- ↑ Affiliated Colleges. Gauhati University
- ↑ Provincialised Colleges affiliated to Gauhati University. Directorate of Higher Education
- ↑ Departments. Arya Vidyapeeth College
- ↑ 18th SC - 2nd cycle. National Assessment and Accreditation Council
- ↑ CCycle212047. National Assessment and Accreditation Council
- ↑ Colleges in Assam. University Grants Commission
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩৮০০৪৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।