আৰাৱল্লী পৰ্বতমালা (Aravalli Range; বানানভেদে আৰাৱলী বুলিও লিখা হয়) হʼল উত্তৰ-পশ্চিম ভাৰতৰ এলানি পৰ্বতমালা। দক্ষিণ-পশ্চিম দিশত ই প্ৰায় ৬৭০ কিলোমিটাৰ (৪২০ মাইল) বিস্তৃত। ই দিল্লীৰ ওচৰত আৰম্ভ হৈ দক্ষিণ হাৰিয়ানা১ আৰু ৰাজস্থানৰ মাজেৰে গৈ গুজৰাটৰ আহমেদাবাদত শেষ হৈছে।২৩ আৰাৱল্লী পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগ হʼল ৰাজস্থানৰ মাউণ্ট আবুত অৱস্থিত গুৰু শিখৰ, যাৰ উচ্চতা ১,৭২২ মিটাৰ (৫,৬৫০ ফুট)। আৰাৱল্লী পৰ্বতমালা ভাৰতৰ প্ৰাচীনতম ভংগিল পৰ্বতমালা। পেলিঅʼপ্ৰোটেৰোজোইক যুগতেই ইয়াৰ উৎপত্তি হৈছিল।৪৫
ব্যুৎপত্তি-তত্ত্ব
আৰাৱল্লী, "আৰা" আৰু "ৱলী" শব্দ দুটা লগ লাগি সৃষ্টি হোৱা এটা সংমিশ্ৰিত সংস্কৃত শব্দ। ইয়াৰ আক্ষৰিক অৰ্থ হʼল "শিখৰৰ শ্ৰেণী"।৬৭
অতিৰিক্ত পঠন
- Watershed Management in Aravali Foothills, by Gurmel Singh, S. S. Grewal, R. C. Kaushal. Published by Central Soil & Water Conservation Research & Training Institute, 1990.
বাহ্যিক সংযোগ
- Aravali Range Homepage India Environment Portal
- Rainfall
তথ্যসূত্ৰ
- ↑ Aravalli Biodiversity Park, Gurgaon
- ↑ (2004). https://books.google.com/books?id=GIs4zv17HHwC&pg=PA29. পৃ. 29–. ISBN 978-81-7387-135-1
- ↑ Dale Hoiberg; Indu Ramchandani. (2000). Students' Britannica India. Popular Prakashan. পৃ. 92–93. ISBN 978-0-85229-760-5
- ↑ Verma; Greiling, R. O. (1995-12-01). Tectonic evolution of the Aravalli orogen (NW India): an inverted Proterozoic rift basin?. Geologische Rundschau. পৃ. 683–696
- ↑ Roy. (1990-01-01). Evolution of the Precambrian Crust of the Aravalli Mountain Range. Developments in Precambrian Geology. পৃ. 327–347. ISBN 9780444883100
- ↑ George Smith. (1882). The Geography of British India, Political & Physical. J. Murray. পৃ. 23
- ↑ (13 August 2024). Aravali Range. Britannica.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰাৱল্লী পৰ্বতমালা” প্ৰবন্ধৰ সংশোধন ৫৬৮৮৩০ (১০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।