অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আমীৰা শ্বাহ

আমীৰা শ্বাহ (Ameera Shah, জন্ম-২৪ ছেপ্টেম্বৰ ১৯৭৯) এগৰাকী ভাৰতীয় উদ্যোগী। তেওঁ ভাৰত আৰু আফ্ৰিকাত উপস্থিতি থকা এটা আগশাৰীৰ নিদান শৃংখল মেট্ৰ'পলিছ হেল্থকেয়াৰৰ কাৰ্যবাহী অধ্যক্ষ আৰু সম্পূৰ্ণ সময়ৰ সঞ্চালিকা।

হালনাগাদ: ১২ জুলাই ২০২৫ ২০১ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

আমীৰা শ্বাহ (Ameera Shah, জন্ম-২৪ ছেপ্টেম্বৰ ১৯৭৯) এগৰাকী ভাৰতীয় উদ্যোগী। তেওঁ ভাৰত আৰু আফ্ৰিকাত উপস্থিতি থকা এটা আগশাৰীৰ নিদান শৃংখল মেট্ৰ'পলিছ হেল্থকেয়াৰৰ কাৰ্যবাহী অধ্যক্ষ আৰু সম্পূৰ্ণ সময়ৰ সঞ্চালিকা।১ তেওঁ মেট্ৰ'পলিছ হেল্থকেয়াৰৰ প্ৰতিষ্ঠাপক ডাঃ সুশীল শ্বাহ আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ, সমাজকৰ্মী দুৰু শ্বাহৰ কন্যা।২

বিশ্ব অৰ্থনৈতিক মঞ্চই ২০১৫ চনৰ যুৱ গ্ল'বেল লিডাৰ হিচাপে সন্মানিত কৰিছে।৩৪ ২০১৭,২০১৮, ২০১৯, ২০২০ আৰু ২০২১ চনত ফৰ্চুন ইণ্ডিয়াৰ "ব্যৱসায়ত আটাইতকৈ শক্তিশালী মহিলা" তালিকাত আমীৰাই স্থান লাভ কৰে।৫৬৭৮৯ শ্বাহক ফৰ্বছ ইণ্ডিয়াৰ টাইকুনছ অৱ টুম'ৰ' ২০১৮ৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল।১০২০২১ চনৰ বাবে স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত আৰ্নষ্ট এণ্ড ইয়ং ‘বছৰৰ উদ্যোগী’ বঁটাও লাভ কৰে।১১

বৰ্তমান তেওঁ NATHealth (ভাৰতীয় স্বাস্থ্যসেৱা ফেডাৰেচন)ৰ জ্যেষ্ঠ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।১২তেওঁ টৰেণ্ট ফাৰ্মা আৰু আদানি গ্ৰুপৰ অংশ এচিচি লিমিটেডৰ ব'ৰ্ডৰ স্বতন্ত্ৰ সঞ্চালিকাও।১৩১৪১৫ বেইলৰ কলেজ অৱ মেডিচিন আৰু এক্সএৰ গ্ল'বেল এডভাইজাৰী ব'ৰ্ডৰ উপদেষ্টাও আছিল।১৬

প্ৰাৰম্ভিক জীৱন

জুনিয়ৰ কলেজত এইচ আৰ কলেজ অৱ কমাৰ্চ এণ্ড ইকনমিক্সত বাণিজ্য বিজ্ঞান অধ্যয়ন কৰে।১৭তেওঁ অষ্টিনৰ টেক্সাছ বিশ্ববিদ্যালয়ৰ পৰা বিত্ত বিভাগত ডিগ্ৰী লাভ কৰে।.১৮

আগতে তেওঁ নিউয়ৰ্কৰ গোল্ডমেন চেকৰ সৈতে কাম কৰিছিল।.১৯ পিছলৈ হাৰ্ভাৰ্ড বিজনেছ স্কুলত মালিক-সভাপতি মেনেজমেণ্ট প্ৰগ্ৰেম সম্পূৰ্ণ কৰে। শ্বাহ উদ্যোগৰ মুখপাত্ৰ আৰু বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চ, উদ্যোগৰ অনুষ্ঠান আৰু কনক্লেভত বক্তা হিচাপে অংশগ্ৰহণ কৰা হৈছে। ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট আহমেদাবাদ, হাৰ্ভাৰ্ড বিজনেছ স্কুল,১৯ টেড, আৰু চিআইআইৰ দ্বাৰা আয়োজিত অনুষ্ঠানত তেওঁ ভাষণ দিছে।

তথ্যসূত্ৰ

  1. ↑ (2 May 2014). Ameera Shah made Metropolis Healthcare a leading diagnostics player. The Economic Times
  2. ↑ Dr Sushil Shah - The Scindia School. The Scindia School
  3. ↑ (June 18, 2015). Ameera Shah: The Lifeline Builder. Verve (Indian magazine)
  4. ↑ (March 1, 2015). 9 Alumni Named Young Global Leaders. Harvard Business School
  5. ↑ (2020-11-04). Healthcare leaders shine in MPW 2020. www.fortuneindia.com
  6. ↑ Most Powerful Women in Business 2017. Fortune India
  7. ↑ Ameera Shah - Most Powerful Women in 2018 - Fortune India. www.fortuneindia.com
  8. ↑ (September 22, 2019). Most Powerful Women, 2019. Fortune India
  9. ↑ Jayakumar, -P. B. Ameera Shah - Most Powerful Women in 2021 - Fortune India. www.fortuneindia.com
  10. ↑ Ameera Shah: Moving the needle · Forbes India. Forbes India
  11. ↑ (2021-03-19). Ameera Shah, Byju Raveendran, Darshan Patel, Mira Kulkarni amongst others are finalists for EY Entrepreneur Awards. Financialexpress
  12. ↑ www.ETHealthworld.com. NATHEALTH announces Abhay Soi as its new President for FY 24–25 - ET HealthWorld. ETHealthworld.com
  13. ↑ Torrent Pharmaceuticals. www.torrentpharma.com
  14. ↑ Board of Directors · Cement & Ready Mixed Concrete Manufacturer. www.acclimited.com
  15. ↑ News Desk. (2022-12-05). ACC appoints Ajay Kapur as CEO, Ameera Shah as Woman Independent Director. hrnxt.com
  16. ↑ Stakeholder advisory panelists. AXA.com
  17. ↑ (15 July 2017). Ameera Shah · Diagnosis: a risk-taker. livemint
  18. ↑ Ameera Shah: Moving the needle · Forbes India. Forbes India
  19. ↑ (2016-10-16). A 15-year joyride: Ameera Shah. Deccan Chronicle

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমীৰা শ্বাহ” প্ৰবন্ধৰ সংশোধন ৫২৩৫৫৬ (১২ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।