অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আনন্দ কুমাৰস্বামী

আনন্দ কুমাৰস্বামী (ANANDA COOMARASWAMY) হৈছে এগৰাকী দাৰ্শনিক।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২১ ৬৩ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

আনন্দ কুমাৰস্বামী (ANANDA COOMARASWAMY) হৈছে এগৰাকী দাৰ্শনিক।

জন্ম আৰু বংশ পৰিচয়

আনন্দ কুমাৰস্বামী জন্ম হয় ১৮৭৭ চনৰ ২২ আগষ্টত তামিল পৰিয়ালত। তেখেতৰ পিতৃৰ নাম চাৰ মুটু কুমাৰ স্বামী আৰু মাতৃৰ নাম লেডি কুমাৰ স্বামী।১

সাহিত্যৰাজি

তেখেতৰ বিখ্যাত গ্ৰন্থ হল *ইনণ্টডাকচন টু ইণ্ডিয়ান আৰ্ট

  • ডেন্স অৱ শিব
  • হিষ্টৰি অৱ ইণ্ডিয়ান এণ্ড ইণ্ডোনেছিয়ান আৰ্ট ২

বঁটা আৰু সন্মান

তেখেতক লণ্ডন বিশ্ববিদ্যালয়ে ডক্টৰেট ইন চায়েন্স উপাধি প্ৰদান কৰে।৩

মৃত্যু

তেখেতৰ মৃত্যু হয় ১৯৪৭ চনৰ ৯ ছেপ্টেম্বৰত।৪

তথ্যসূত্ৰ

  1. ↑ মহৎ লোকৰ জীৱনী,সম্পা,দেৱজিত শৰ্মা,তৃতীয় প্ৰকাশ, পৃষ্ঠা নং ৫১
  2. ↑ মহৎ লোকৰ জীৱনী,সম্পা,দেৱজিত শৰ্মা,তৃতীয় প্ৰকাশ, পৃষ্ঠা নং ৫২
  3. ↑ মহৎ লোকৰ জীৱনী,সম্পা,দেৱজিত শৰ্মা,তৃতীয় প্ৰকাশ, পৃষ্ঠা নং ৫২
  4. ↑ মহৎ লোকৰ জীৱনী,সম্পা,দেৱজিত শৰ্মা,তৃতীয় প্ৰকাশ, পৃষ্ঠা নং ৫৩

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আনন্দ কুমাৰস্বামী” প্ৰবন্ধৰ সংশোধন ২৯৯৯৭১ (২৩ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।