অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ছগনলাল জৈন বঁটা

ছগনলাল জৈন বঁটা (Saganlal Jain Award) হৈছে অসম সাহিত্য সভা (Asom Sahitya Sabha)ই প্ৰদান কৰা এটি সাহিত্য সন্মান। অসম সাহিত্য সভাই প্ৰতি ৫ বছৰৰ মূৰে মূৰে এই ছগনলাল জৈন বঁটা প্ৰদান কৰি আহিছে৷ বিগত ১০টা বছৰত প্ৰকাশিত মৌলিক গ্ৰন্থৰ বাবে এই বঁটা প্ৰদান কৰা হয়৷ এই বঁটাৰ লগত আছে স্মাৰক, সম্বৰ্ধনা পত্ৰ,…

হালনাগাদ: ১৩ জানুৱাৰী ২০২৫ ৭৮ শব্দ · ১ মিনিট সংগৃহীত ৫৮
সংশোধনৰ পৰামৰ্শ

ছগনলাল জৈন বঁটা (Saganlal Jain Award) হৈছে অসম সাহিত্য সভা (Asom Sahitya Sabha)ই প্ৰদান কৰা এটি সাহিত্য সন্মান। অসম সাহিত্য সভাই প্ৰতি ৫ বছৰৰ মূৰে মূৰে এই ছগনলাল জৈন বঁটা প্ৰদান কৰি আহিছে৷১ বিগত ১০টা বছৰত প্ৰকাশিত মৌলিক গ্ৰন্থৰ বাবে এই বঁটা প্ৰদান কৰা হয়৷ এই বঁটাৰ লগত আছে স্মাৰক, সম্বৰ্ধনা পত্ৰ, গ্ৰন্থৰ টোপোলা আৰু ৫০ হাজাৰ টকাৰ চেক। বৰ্তমানলৈকে এই বঁটা লাভ কৰা ব্যক্তিসকল হ’ল— অনিল ৰায়চৌধুৰী, ৰবীন্দ্ৰ বৰা, পূৰবী বৰমুদৈ, নলিনীধৰ ভট্টাচাৰ্য আৰু ড০ শিবনাথ বৰ্মন১।

তথ্যসূত্ৰ

  1. ↑ বিশিষ্ট শিক্ষাবিদ ড০ শিৱনাথ বৰ্মনলৈ ছগনলাল জৈন বঁটাৰ সন্মান. ETV Bharat

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্য পুৰস্কাৰপোখালি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছগনলাল জৈন বঁটা” প্ৰবন্ধৰ সংশোধন ৪৬৩৫৭৯ (১৩ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।