অৰ্জুন দৈৱজ্ঞ ১৭ শতিকাৰ অসমৰ এগৰাকী জ্যোতিষী আছিল। চ্যু-পাত-ফা ৰজা হোৱাৰ আগতে পলাই ফুৰা কালচোৱাত এখেতেই ভৱিষ্যতে গদাধৰ সিংহ ৰজা হ'ব বুলি ভৱিষ্যতবাণী কৰিছিল। এই ভৱিষ্যত বাণী সঁচা হোৱাৰ পাছত গদাধৰ সিংহই এখেতক ৰাজজ্যোতিষী পাতিছিল।১
তথ্যসূত্ৰ
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰ্জুন দৈৱজ্ঞ” প্ৰবন্ধৰ সংশোধন ১০৭৩২২ (১৫ ডিচেম্বৰ ২০১২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।