অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অলকা নাথ

অলকা নাথ (ইংৰাজী: Alka Nath, জন্ম: ২৪ নৱেম্বৰ ১৯৫১) এগৰাকী ৰাজনৈতিক আৰু সমাজকৰ্মী আৰু এগৰাকী প্ৰাক্তন সংসদ সদস্য৷ তেওঁ ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যৰ ছিণ্ডৱাৰা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছিল।

হালনাগাদ: ২৬ জুলাই ২০২৫ ৯০ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

অলকা নাথ (ইংৰাজী ভাষা: Alka Nath, জন্ম: ২৪ নৱেম্বৰ ১৯৫১) এগৰাকী ৰাজনৈতিক আৰু সমাজকৰ্মী আৰু এগৰাকী প্ৰাক্তন সংসদ সদস্য৷ তেওঁ ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যৰ ছিণ্ডৱাৰা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছিল।১

প্ৰাৰম্ভিক জীৱন

১৯৫১ চনৰ ২৪ নৱেম্বৰত অমৃতসৰত অলকা নাথৰ জন্ম হৈছিল। ১৯৭৩ চনৰ ২৭ জানুৱাৰীত কমল নাথৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়৷ তেওঁৰ দুজন পুত্ৰ নকুল নাথ আৰু বকুল নাথ।১

শিক্ষা

আলকাই ডালহাউজি (হিমাচল প্ৰদেশ)ৰ ছেক্ৰেড হাৰ্ট কলেজৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।১

কৰ্মজীৱন

১৯৯৬ চনত অলকা নাথ একাদশ লোকসভালৈ নিৰ্বাচিত হয়৷১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Biographical Sketch Member of Parliament 11th Lok Sabha

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অলকা নাথ” প্ৰবন্ধৰ সংশোধন ৫২৭৫১৬ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।