অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অভিনৱ গুপ্ত

অভিনৱ গুপ্ত প্ৰাচীন কামৰূপৰ এগৰাকী দাৰ্শনিক। এওঁ খ্ৰীষ্টীয় ৮ম-৯ম শতিকাৰ লোক। এখেত প্ৰথমে শাক্ত ধৰ্মাৱলম্বী আছিল আৰু শাক্ত দৰ্শনৰ এখন ভাষ্য ৰচনা কৰিছিল। কথিত প্ৰবাদ অনুসৰি আদি শংকৰাচাৰ্য কামৰূপলৈ আহোঁতে অভিনৱ গুপ্তই শংকৰাচাৰ্যৰ লগত শাক্ত ধৰ্মৰ গুণ সম্বন্ধে তৰ্কযুদ্ধত প্ৰবৃত্ত হৈছিল।

হালনাগাদ: ২৫ ডিচেম্বৰ ২০১৩ ৫০ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

অভিনৱ গুপ্ত প্ৰাচীন কামৰূপৰ এগৰাকী দাৰ্শনিক। এওঁ খ্ৰীষ্টীয় ৮ম-৯ম শতিকাৰ লোক। এখেত প্ৰথমে শাক্ত ধৰ্মাৱলম্বী আছিল আৰু শাক্ত দৰ্শনৰ এখন ভাষ্য ৰচনা কৰিছিল। কথিত প্ৰবাদ অনুসৰি আদি শংকৰ কামৰূপলৈ আহোঁতে অভিনৱ গুপ্তই শংকৰাচাৰ্যৰ লগত শাক্ত ধৰ্মৰ গুণ সম্বন্ধে তৰ্কযুদ্ধত প্ৰবৃত্ত হৈছিল। কিন্তু তৰ্কযুদ্ধত পৰাস্ত হয় আৰু শংকৰাচাৰ্যৰ শিষ্যত্ব গ্ৰহণ কৰে।১

তথ্যসূত্ৰ

  1. ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অভিনৱ গুপ্ত” প্ৰবন্ধৰ সংশোধন ১৩০৯৯৫ (২৫ ডিচেম্বৰ ২০১৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।