সৌন্দৰ্য প্ৰতিযোগিতা
৮ প্ৰবন্ধ
-
ফেমিনা মিছ ইণ্ডিয়া
মিছ ইণ্ডিয়া বা ফেমিনা মিছ ইণ্ডিয়া (Femina Miss India) হৈছে ভাৰতৰ এক ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতা। এই বাৰ্ষিক প্ৰতিযোগিতাৰ দ্বাৰা বাছনি হোৱা প্ৰতিনিধিসকলক বিশ্ব সৌন্দৰ্য প্ৰতিযোগিতা বা "মিছ ৱৰ্ল্ড"ত অংশগ্ৰহণ কৰিবলৈ সুযোগ দিয়া হয়।
-
মিছ চেন্নাই
মিছ চেন্নাই (ইংৰাজী: Miss Chennai) হ’ল ভাৰতৰ চেন্নাই চহৰৰ এখন সৌন্দৰ্য প্ৰতিযোগিতা, যিখন ১৯৯৯ চনৰপৰা ২০০৯ চনৰ ভিতৰত পেৰেণ্ট অৰ্গেনাইজেশ্যন 'ভিবিএ' (VIBA)ৰ অধীনত পৰিচালিত হৈছিল।
-
মিছ ইণ্টাৰনেশ্যনেল
মিছ ইণ্টাৰনেশ্যনেল (ইংৰাজী: Miss International; মিছ ইণ্টাৰনেশ্যনেল বিউটি বা দ্য ইণ্টাৰনেশ্যনেল বিউটি পেজেণ্ট) হ’ল ইণ্টাৰনেশ্যনেল কালচাৰেল এছ'চিয়েশ্যনৰদ্বাৰা আয়োজিত জাপান ভিত্তিক এখন আন্তঃৰাষ্ট্ৰীয় প্ৰধান সৌন্দৰ্য প্ৰতিযোগিতা।
-
সৌন্দৰ্য প্ৰতিযোগিতা
সৌন্দৰ্য প্ৰতিযোগিতা (ইংৰাজী: Beauty pageant) হ’ল এনে এক প্ৰতিযোগিতা য’ত প্ৰতিযোগীসকলক বিভিন্ন শাৰীৰিক আৰু মানসিক গুণাগুণৰ ওপৰত ভিত্তি কৰি বিচাৰ আৰু স্থান নিৰ্ধাৰণ কৰা হয়।
-
জনপ্ৰিয় সংস্কৃতিত বিকিনি
আধুনিক বিকিনি (ইংৰাজী: Bikini) পোনপ্ৰথমবাৰৰ বাবে ১৯৪৬ চনত দেখা গৈছিল আৰু তেতিয়াৰপৰাই ই জনপ্ৰিয় সংস্কৃতিৰ এক অংশ হৈ পৰিছে। ই মহিলাৰ অন্যতম বহুল ব্যৱহৃত সাঁতুৰিবলৈ পিন্ধা পোচাক (swimsuit), যিটো সাঁতোৰৰ উপৰি অন্যান্য বহুতো ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয়।
-
ফেমিনা মিছ মণিপুৰ
ফেমিনা মিছ মণিপুৰ কুইন বা মিছ ইণ্ডিয়া মণিপুৰ কুইন হ’ল এক বাৰ্ষিক সুন্দৰী প্ৰতিযোগিতা, যিয়ে মণিপুৰৰ পৰা প্ৰতিনিধি নিৰ্বাচন কৰি মিছ ইণ্ডিয়া আৰু তাৰ পৰা মিছ ৱৰ্ল্ডত প্ৰতিযোগিতা কৰিবলৈ পঠায়। এই অনুষ্ঠানটো ৰবাৰ্ট নাওৰেমৰ তত্ত্বাৱধানত "ৰবাৰ্ট নাওৰেম ষ্টুডিঅ' এণ্ড একাডেমী"ৰ দ্বাৰা আয়োজন কৰা হয়।
-
মিছ এছিয়া পেচিফিক ৱৰ্ল্ড
মিছ এছিয়া পেচিফিক ৱৰ্ল্ড (ইংৰাজী: Miss Asia Pacific World) হ’ল দক্ষিণ কোৰিয়াত অনুষ্ঠিত হোৱা এখন বছৰেকীয়া সৌন্দৰ্য প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখন স্থান নিৰ্ধাৰণ, ঘোচ আৰু স্তন বৃদ্ধিৰ অস্ত্ৰোপচাৰৰ দৰে বহুতো বিতৰ্কৰ মাজত সোমাই পৰিছে।
-
মিছ ৱাও
মিছ ৱাও হৈছে গুজৰাটৰ চুৰাটত অনুষ্ঠিত হোৱা এটা বাৰ্ষিক সৌন্দৰ্য প্ৰতিযোগিতা। ইয়াৰ উদ্দেশ্য হৈছে সৌন্দৰ্যৰ লগতে বুদ্ধিমত্তা আৰু সামাজিক সচেতনতা থকা মহিলাসকলক সন্মানিত কৰা, যিসকলে সমাজক প্ৰেৰণা, শক্তি আৰু সংযোগ প্ৰদান কৰিব পাৰে।