ভাৰতৰ মুছলমান সম্প্ৰদায়
৪১ প্ৰবন্ধ
-
মলকানা
মলকানা ভাৰতৰ উত্তৰ প্ৰদেশ আৰু বিহাৰ ৰাজ্যত পোৱা এটা মুছলমান জনগোষ্ঠী।
-
মাছা ৰাংঘাৰ
মাছা ৰাংঘাৰ, জন্ম নাম মুছালাল খান নামেৰেও পৰিচিত আছিল মন্দিয়ালাৰ ৰাংঘৰ চৌধুৰী। ১৭৩৮ চনত নবাব কাপুৰ সিঙৰ অধীনত শিখসকলৰ সৈতে হোৱা মুখা-মুখি সংঘৰ্ষত কাজী আব্দুল ৰজ্জাক নিহত হয়। লাহোৰৰ চুবেদাৰ জাকাৰিয়া খান বাহাদুৰে, মাছা ৰাংঘাৰক অমৃতসৰৰ কমাণ্ডেণ্ট হিচাপে নিযুক্তি দিয়ে।
-
মাল মুছলমান
উত্তৰ-পূব ভাৰত আৰু বাংলাদেশত পোৱা এটা মুছলমান সম্প্ৰদায় হৈছে মাল মুছলমান। হিন্দু মাল জাতিৰ পৰা মুছলমানলৈ ধৰ্মান্তৰিত। এই সম্প্ৰদায়টোক বেছাতি মাল বা চুৰিৱালা বুলিও কোৱা হয়। ভাৰত চৰকাৰ আৰু পশ্চিম বংগ চৰকাৰে মাল মুছলিমক অন্যান্য পিছপৰা শ্ৰেণী হিচাপে তালিকাভুক্ত কৰিছে।
-
মাৰাঠী মুছলমান
মুছলমান মাৰাঠা শব্দটো সাধাৰণতে ভাৰতৰ উত্তৰ-পশ্চিম উপকূলৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ মাৰাঠী মুছলমানসকলক বুজাবলৈ ব্যৱহাৰ কৰা হয়, যিসকলে মাৰাঠী ভাষা আৰু উৰ্দু ভাষাক মাতৃভাষা হিচাপে কয় আৰু ভাৰতীয় বাকী মুছলমানসকলৰপৰা অলপ পৃথক কিছুমান ৰীতি-নীতি অনুসৰণ কৰে।
-
মুছলমান ধুবী
কছাৰ (The Qassar) দক্ষিণ এছিয়াৰ মুছলমান সম্প্ৰদায়; তেওঁৰ পৰম্পৰাগত বৃত্তি হৈছে কাপোৰ ধোৱা। তেওঁলোকক হিন্দু ধৰ্মৰ পৰা মুছলমান ধৰ্মান্তৰিত বুলি গণ্য কৰা হয়। উত্তৰ ভাৰত, পূব ভাৰতৰ লগতে মধ্যপূব ভাৰত আৰু পাকিস্তানতো তেওঁলোকৰ বসতি আছে।
-
মুছলিম কাহাৰ
কাহাৰ উত্তৰ-পূব ভাৰত আৰু বাংলাদেশত পোৱা এটা সম্প্ৰদায়। পৰম্পৰাগতভাৱে তেওঁলোক পাল্কী বাহক আৰু কৃষক আছিল, আৰু তেওঁলোক হিন্দু কাহাৰ জাতিৰ আছিল। কিছুমান অঞ্চলত বিশেষকৈ পশ্চিম বংগৰ মুৰ্ছিদাবাদ জিলাত তেওঁলোকক চৰ্দাৰ বুলিও কোৱা হয়।
-
মুছলিম ঘোষী
ঘোষীসকল মূলতঃ উত্তৰ ভাৰতত পোৱা এটা মুছলমান সম্প্ৰদায়। কোৱা হয় যে আহীৰ গোৱালাসকল প্ৰথমে হিন্দু আছিল, পিছলৈ যিয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল।
-
লোধা মুছলমান
লোধা মুছলমান হৈছে ভাৰতৰ পশ্চিম বংগ ৰাজ্যত পোৱা এটা জনজাতীয় বা আদিবাসী সম্প্ৰদায়। তেওঁলোক এটা মুছলমান জনগোষ্ঠী।
-
স্বপুৰীয়া
স্বপুৰীয়া (কেতিয়াবা উচ্চাৰণ স্বানপুৰীয়া) ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ লগতে বাংলাদেশতো পোৱা এটা মুছলমান সম্প্ৰদায়। এওঁলোকক বেদিয়া মাল আৰু চানপুই বুলিও কোৱা হয়।
-
হাজ্জাম
হিজামা, যাক কাপিং বুলিও কোৱা হয়, ভাৰতৰ কাপিং থেৰাপীৰ বাবে জনাজাত এটা জনগোষ্ঠী। হিজামা শব্দটো আৰবী শব্দ আল হাজমৰপৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে "শোহা", একপ্ৰকাৰ চিকিৎসা পদ্ধতিক বুজায়। আৰব দেশত এজন এই পদ্ধতি অনুশীলনকাৰীক হিজামা বুলি কোৱা হৈছিল, আৰু ভাৰততো এই নাম ব্যৱহাৰ কৰা হৈছিল।
-
হুছেইনী ব্ৰাহ্মণ
হুছেইনী ব্ৰাহ্মণ পঞ্জাৱ অঞ্চলৰ মহীয়াল ব্ৰাহ্মণ সম্প্ৰদায়ৰ ভিতৰত এটা সম্প্ৰদায়। মহীয়াল সম্প্ৰদায়ত বালি, ভীমৱাল, ছিব্বৰ, দত্ত, লাউ, মোহন আৰু বৈদ নামৰ সাতটা উপগোত্ৰ আছে। কিন্তু তেওঁলোকৰ হিন্দু পৰম্পৰাৰ লগত সামঞ্জস্যপূৰ্ণভাবে তেওঁলোকে অ-ভাৰতীয় পৰম্পৰা গ্ৰহণ কৰিছে।