বাংলাদেশৰ অভিনেত্ৰী
৭০ প্ৰবন্ধ
-
শায়না আমিন
মাহমুদা আমিন শায়না (জন্ম: ২৬ ফেব্ৰুৱাৰী ১৯৯১) এগৰাকী প্ৰাক্তন বাংলাদেশী টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী তথা মডেল। ২০০৫ চনত ব্যাৱসায়িক বিজ্ঞাপনত অভিনয় কৰি তেওঁ মডেল হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০০৬ চনত 'ক্ৰছ কানেকচন' নামৰ ধাৰাবাহিকৰ জৰিয়তে তেওঁ টেলিভিছনত আত্মপ্ৰকাশ কৰে।
-
শাহনূৰ
শাহনূৰ (ইংৰাজী: Shahnoor) এগৰাকী বাংলাদেশী অভিনেত্ৰী আৰু মডেল যিয়ে চলচ্চিত্ৰ আৰু টেলিভিছন নাটকত অভিনয় কৰাৰ লগতে টিভি বিজ্ঞাপনত (TVC) মডেল হিচাপে কাম কৰিছে। তেওঁৰ আটাইতকৈ উল্লেখযোগ্য কৰ্মসমূহৰ ভিতৰত আছে হাজাৰ বছৰ ধৰে, সাহসী মানুষ চাই, স্বপ্নৰ বাশৰ আৰু নয়ন ভৰা জল।
-
শাৰ্লিন ফাৰজানা
শাৰ্লিন ফাৰজানা (Sharlin Farzana; জন্ম: ১৯৯০) এগৰাকী বাংলাদেশী মডেল আৰু অভিনেত্ৰী। তেওঁৰ জন্ম বাংলাদেশৰ ঢাকাত হৈছিল।
-
শিল্পী সৰকাৰ অপু
শিল্পী সৰকাৰ অপু (ইংৰাজী: Shilpi Sarker Apu) এগৰাকী বাংলাদেশী অভিনেত্ৰী, নাট্যকাৰ আৰু শিক্ষাবিদ। তেওঁ মূলতঃ মঞ্চ নিৰ্মাণ, টেলিভিছন নাটক আৰু চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত। ১৯৮০-ৰ দশকত জনপ্ৰিয় টিভি ধাৰাবাহিক এই সব দিন ৰাত্ৰি-ত "শাহানা" চৰিত্ৰটো ৰূপায়ণ কৰি তেওঁ খ্যাতি লাভ কৰিছিল।
-
শ্বিমূল ইউচুফ
শ্বিমূল ইউচুফ ( Shimul Yousuf; জন্ম: ২৪ মাৰ্চ ১৯৫৭) এগৰাকী বাংলাদেশী অভিনেত্ৰী, পৰিচালক আৰু গায়িকা। ২০২৩ চনত বাংলাদেশৰ অসামৰিক লোকৰ বাবে দ্বিতীয় সৰ্বোচ্চ বঁটা একুশে পদক বঁটা লাভ কৰে।
-
সুবৰ্ণা মুস্তাফা
সুবৰ্ণা মুস্তাফা (ইংৰাজী: Suborna Mustafa; জন্ম: ২ ডিচেম্বৰ ১৯৫৯) তেওঁ ২০১৯ চনৰপৰা ২০২৪ চনলৈকে সংৰক্ষিত মহিলা আসন–৪ৰপৰা প্ৰতিনিধিত্ব কৰা এজন প্ৰাক্তন জাতীয় সংসদ সদস্য। তেওঁ বাংলাদেশ আৱামী লীগ দলৰ এগৰাকী সক্ৰিয় সদস্য।
-
সোমায়া হাৰুন
সোমায়া হাৰুন ( Somaya Harun; (জন্ম: ২ মে ২০০১) এগৰাকী বাংলাদেশী মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খেতাবধাৰী। তেওঁ ২০২৩ চনত মিছ মাল্টিনেচনেল বাংলাদেশ খেতাব লাভ কৰে আৰু ২০২৫ চনত মিছ ইণ্টাৰনেচনেল বাংলাদেশ প্ৰতিযোগিতাত দ্বিতীয় ৰানাৰ-আপ হিচাপে স্থান লাভ কৰে।
-
সোহানা ছাবা
সোহানা ছাবা (Sohana Saba; জন্ম: ১২ অক্টোবৰ) এগৰাকী বাংলাদেশী অভিনেত্ৰী, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ। তেওঁ তেওঁৰ প্ৰথম চিনেমা আইনাৰ বাবে মেৰিল-প্ৰথম আলো বঁটা লাভ কৰিছিল।
-
হুমাইৰা হিমু
হুমাইৰা নুচৰাত হিমু (ইংৰাজী: Humaira Himu; ২৩ নৱেম্বৰ ১৯৮৫ – ২ নৱেম্বৰ ২০২৩) এগৰাকী বাংলাদেশী টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী আছিল। ২০১১ চনত মুক্তি পোৱা আমাৰ বন্ধু ৰাশেদ ছবিৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।
-
ৰোকেয়া প্ৰাচী
ৰোকেয়া প্ৰাচী (ইংৰাজী: Rokeya Prachy) এগৰাকী বাংলাদেশী থিয়েটাৰ, টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী তথা পৰিচালক।