অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সোমায়া হাৰুন

সোমায়া হাৰুন ( Somaya Harun; (জন্ম: ২ মে ২০০১) এগৰাকী বাংলাদেশী মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খেতাবধাৰী। তেওঁ ২০২৩ চনত মিছ মাল্টিনেচনেল বাংলাদেশ খেতাব লাভ কৰে আৰু ২০২৫ চনত মিছ ইণ্টাৰনেচনেল বাংলাদেশ প্ৰতিযোগিতাত দ্বিতীয় ৰানাৰ-আপ হিচাপে স্থান লাভ কৰে।

হালনাগাদ: ৩০ জানুৱাৰী ২০২৬ ১৩৪ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

সোমায়া হাৰুন ( Somaya Harun; (জন্ম: ২ মে ২০০১) এগৰাকী বাংলাদেশী মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খেতাবধাৰী।১২

তেওঁ ২০২৩ চনত মিছ মাল্টিনেচনেল বাংলাদেশ খেতাব লাভ কৰে৩ আৰু ২০২৫ চনত মিছ ইণ্টাৰনেচনেল বাংলাদেশ প্ৰতিযোগিতাত দ্বিতীয় ৰানাৰ-আপ হিচাপে স্থান লাভ কৰে।৪

একেই বছৰ তেওঁ মিছ আৰ্থ বাংলাদেশ ২০২৫ হিচাপে বিজয়ী ঘোষিত হয়।৫

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

সোমায়া হাৰুনৰ জন্ম ২০০১ চনৰ ২ মে তাৰিখে ঢাকাত হয়। তেওঁ কানাডীয় বংশোদ্ভূত বাংলাদেশী।৬ তেওঁ ঢাকাৰ নৰ্থ সাউথ ইউনিভাৰ্চিটিৰ পৰা মাইক্ৰোবায়োলজি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।৭

কৰ্মজীৱন

২০২৩ চনত মিছ মাল্টিনেচনেল বাংলাদেশ খেতাব জয় কৰাৰ পিছত সোমায়া হাৰুন আলোচনালৈ আহে।৮

পাছলৈ তেওঁ বিভিন্ন ফটোশ্বুট, ৰেম্প শ্বো আৰু বিজ্ঞাপনচিত্রত অংশগ্ৰহণ কৰে।৯

২০২৫ চনত মিছ আৰ্থ বাংলাদেশ প্ৰতিযোগিতাত বিজয়ী হৈ তেওঁ মিছ আৰ্থ ২০২৫ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বাংলাদেশক প্ৰতিনিধিত্ব কৰে।

সৌন্দৰ্য প্ৰতিযোগিতাসমূহ

  • মিছ মাল্টিনেচনেল বাংলাদেশ ২০২৩ – বিজয়ী
  • মিছ ইণ্টাৰনেচনেল বাংলাদেশ ২০২৫ – দ্বিতীয় ৰানাৰ-আপ
  • মিছ আৰ্থ বাংলাদেশ ২০২৫ – বিজয়ী১০

তথ্যসূত্ৰ

  1. ↑ Miss International Bangladesh 2025. The Daily Observer
  2. ↑ (13 September 2023). The Real Divas 2023 results: Farzana Yasmin Ananna, Anika Bushra Mariya, Somaya Harun crowned in Bangladesh. CONAN Daily
  3. ↑ (7 January 2024). Somaya Harun: Multifaceted Miss Multinational. The Business Standard
  4. ↑ (29 September 2025). Miss International Bangladesh 2025 crown Somaya Harun as Second Runner-Up. The Daily Star
  5. ↑ (13 October 2025). সৌন্দর্য নয়, দায়িত্বের মুকুটে মিস আর্থ বাংলাদেশ হলেন সুমাইয়া হারুন. দৈনিক ইনকিলাব
  6. ↑ (24 September 2025). গ্ল্যামার থেকে ব্যবসার মঞ্চে সুমাইয়া হারুন. Dhaka Patrika
  7. ↑ (13 October 2025). মিস আর্থ বাংলাদেশ ২০২৫ হলেন সুমাইয়া হারুন. যায়যায়দিন
  8. ↑ (25 September 2025). জানতাম না তিনটা কম্পিটিশন একসাথে ছিলো: সুমায়া. Somoy TV
  9. ↑ (30 September 2025). মিস ইন্টারন্যাশনাল বাংলাদেশ. Jugantor
  10. ↑ (13 October 2025). সুমাইয়া হারুনের মিস আর্থ বাংলাদেশ এর মুকুট জয়. আমার বার্তা

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ ব্যক্তিবাংলাদেশৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোমায়া হাৰুন” প্ৰবন্ধৰ সংশোধন ৫৭২৫৩০ (৩০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।