কাল্পনিক চৰিত্ৰ
৬৯ প্ৰবন্ধ
-
পুগাত
পুগাত (ইংৰাজী: Puġat বা Pughat; উগাৰিটিক: 𐎔𐎙𐎚; ৰোমানীকৃত: pġt, Virolleaud, যেনে 2:15: মহিলাৰ ব্যক্তিগত নাম Puʿah-ৰ সৈতে সংযোগ) কানান ধৰ্মত আখাত কাহিনীৰ উগাৰিটিক কবিতাৰ এটা চৰিত্ৰ।
-
বুদাই
বুদাই বা পু টাই এজন চীনা লোক দেৱতা। তেওঁৰ নামৰ অৰ্থ কাপোৰৰ দম। আৰু এই নাম তেওঁ অনবৰতে কঢ়িয়াই ফুৰে কাপোৰৰ বেগৰ পৰা আহিছে। তেওঁক সাধাৰণতে বুদ্ধৰ অৱতাৰ মৈত্ৰেয় বুলি গণ্য কৰা হয়।
-
ভেছনা
ভেছনা আছিল স্লাভিক পৌৰাণিক কাহিনীত পৰৱৰ্তী কালৰ বিশেষকৈ দক্ষিণ স্লাভসকলৰ যৌৱন আৰু বসন্তকালৰ সৈতে জড়িত পৌৰাণিক নাৰী চৰিত্ৰ। তেওঁৰ পুৰুষ সংগী ভেছনিকৰ সৈতে তেওঁ বসন্ত কালত গ্ৰাম্য অঞ্চলত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ সৈতে জড়িত আছিল।
-
শ্বাহমাৰান
শ্বাহমাৰান ভাৰত-ইৰাণ আৰু তুৰ্কী লোককথাৰ পৰা উৎপত্তি হোৱা এটা পৌৰাণিক জীৱ, যাৰ শৰীৰৰ আধা নাৰী আৰু আধা সাপৰ।
-
হাউ জি
হাউ জি আছিল এজন চীনা সংস্কৃতিৰ কিংবদন্তি নায়ক, যিয়ে জিয়া বংশৰ সময়ত বাজৰা বা কণী ধানৰসৈতে মানুহৰ পৰিচয় কৰাই দিয়াৰ কৃতিত্ব লাভ কৰে। ঘেঁহুৰ প্ৰচলনৰ পূৰ্বে উত্তৰ চীনৰ মূল প্ৰধান শস্য আছিল বাজৰা।
-
হেলা (চৰিত্ৰ)
হেলা (Hela) হৈছে মাৰ্ভেল কমিক্সৰ দ্বাৰা প্ৰকাশিত আমেৰিকান কমিক বুকসমূহৰ এক কাল্পনিক চৰিত্ৰ। এছগাৰ্ডৰ মৃত্যুৰ দেৱীৰ ৰূপত মৃত্যুৰ নৰ্ছ দেৱী হেলৰ ওপৰত এই চৰিত্ৰটো আধাৰিত। তেওঁ হেল আৰু নিফলহেইমৰ শাসক তথা সততে বিজুলী-গাজনিৰ দেৱতা থৰৰ শত্ৰু।
-
ৰ'জি দ্য ৰিভিটাৰ
ৰ'জি দ্য ৰিভিটাৰ (Rosie the Riveter) হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এক সাংস্কৃতিক প্ৰতীক, যি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কাৰখানা আৰু বন্দৰসমূহত কাম কৰা মহিলাসকলক প্ৰতিনিধিত্ব কৰিছিল, যিসকলৰ বহুতে যুদ্ধৰ সামগ্ৰী প্ৰস্তুত কৰিছিল।
-
ৰজা আৰ্থাৰ
ৰজা আৰ্থাৰ এগৰাকী সম্ভৱতঃ কাল্পনিক ব্ৰিটিছ নেতা। মধযুগীয় বুৰঞ্জী আৰু ৰ'মাঞ্চসমূহৰ মতে তেওঁ পঞ্চম আৰু ষষ্ঠ শতিকাত চেক্সন আক্ৰমণকাৰীৰ বিৰুদ্ধে ব্ৰিটিছৰ হৈ যুদ্ধ কৰিছিল। আৰ্থাৰৰ বিষয়ে লোককথা আৰু সাহিত্যিক উদ্ভাৱনেৰেহে জনা যায় আৰু আৰ্থাৰৰ বাস্তৱ অস্তিত্বৰ বিষয়ে ইতিহাসবিদ একমত নহয়।
-
ৰাণ্টাছ
ৰান্টাছ ([rāːτas] হৈছে কাশ্মীৰী লোককথাৰ এক কাল্পনিক চৰিত্ৰ-দীঘল চুলি,জোঙা দাঁত, দীঘল নখ আৰু উলোটা ভৰিৰ এটা মাইকী ভূত যি বৰফৰ ৰাতি ৰাস্তাত ঘুৰি ফুৰে। শীতকালত ঘৰত শিশুসকলক বাহিৰলৈ নাযাবলৈ ভয় খোৱাবলৈ ৰাণ্টাছৰ ভয় খোৱাই।